Sankardev Shishu Niketan, Sadiya শংকৰদেৱ শিশু/বিদ্যা নিকেতন, শদিয়া

  • Home
  • India
  • Sadiya
  • Sankardev Shishu Niketan, Sadiya শংকৰদেৱ শিশু/বিদ্যা নিকেতন, শদিয়া

Sankardev Shishu Niketan, Sadiya শংকৰদেৱ শিশু/বিদ্যা নিকেতন, শদিয়া An Assamese Medium school under Shishu Shiksha Samiti, Axom.

05/01/2024

২০২৪-২০২৫ বৰ্ষৰ নামভৰ্তিৰ বাবে যোগাযোগ কৰক ।
9101321283 (শ্ৰীযুতা যোগবালা বুঢ়াগোহাঁই, প্ৰাধান আচাৰ্যা)

প্ৰথম বাৰৰ বাবে  শংকৰদেৱ শিশু নিকেতন, শদিয়া ৰ প্ৰাংগণত আয়োজন কৰা "ককা - আইতা" দিৱস ৰ কিছু হৃদয়স্পৰ্শী মূহুৰ্ত । "ককা - আ...
01/06/2023

প্ৰথম বাৰৰ বাবে শংকৰদেৱ শিশু নিকেতন, শদিয়া ৰ প্ৰাংগণত আয়োজন কৰা "ককা - আইতা" দিৱস ৰ কিছু হৃদয়স্পৰ্শী মূহুৰ্ত । "ককা - আইতা" সকলৰ আশীৰ্বাদত নিকেতনৰ প্ৰত্যকজন কৰ্মকৰ্তাৰ মন-প্ৰাণ যেন জীপাল হৈ ৰয় । অনুস্থানটোত উপস্থিত থকা সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে নিকেতনৰ আচৰ্য - আচাৰ্যাৰ লগতে নিকেতন পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল
19/12/2022

দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে নিকেতনৰ আচৰ্য - আচাৰ্যাৰ লগতে নিকেতন পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল

17/12/2022
নিকেতনত দুদিনীয়া (১৬ আৰু ১৭ ডিচেম্বৰ, ২০২২) কাৰ্যসূচীৰে মাতৃ কৰ্মশালা আৰু মাতৃ সন্মিলন অনুষ্ঠিত কৰা হয় । যোৱা ইং ১৬-১২-২...
17/12/2022

নিকেতনত দুদিনীয়া (১৬ আৰু ১৭ ডিচেম্বৰ, ২০২২) কাৰ্যসূচীৰে মাতৃ কৰ্মশালা আৰু মাতৃ সন্মিলন অনুষ্ঠিত কৰা হয় । যোৱা ইং ১৬-১২-২০২২ তাৰিখে অনুষ্ঠিত হোৱা মাতৃ কৰ্মশালাখনিত উপস্থিত থকা প্ৰত্যেক গৰাকী সন্মানীয় মাতৃলৈ নিকেতনৰ তৰফৰ পৰা ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো । অনুষ্ঠানটিত উপস্থিত থাকি আমাক উৎসাহ, উদ্দীপনা যোগোৱা প্ৰত্যেক গৰাকী সন্মানীয় আমন্ত্ৰিত অতিথিলৈও অন্তৰৰ কোণৰ পৰা শ্ৰদ্ধা নিবেদিছো । লগতে আজিৰ সন্মিলনত অংশগ্ৰহণ কৰা আৰু নিজৰ নিজৰ সুপ্ত প্ৰতিভাৰে আমাক সকলোকে আপ্লুত কৰা প্ৰত্যেক গৰাকী মাতৃলৈও আমি নিকেতনৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো । আশা কৰিছো এই অনুষ্ঠানটিৰ যোগেদি, আমন্ত্ৰিত সমল ব্যক্তিসকলৰ পৰা বহুতো নজনা কথা শিকি আমাৰ মাতৃসকল যথেষ্ট উপকৃত হৈছে আৰু আমাৰ শিশু সকলৰ উজ্জ্বল ভৱিষ্যতৰ স্বাৰ্থত আমি আগলৈও এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ যত্নপৰ হ'ম।
ধন্যবাদ

Resource Person : Mr. Rajendra Ojha (Additional SP, Sadiya) Topic : Present day situation and Safety of Children.
16/12/2022

Resource Person : Mr. Rajendra Ojha (Additional SP, Sadiya)
Topic : Present day situation and Safety of Children.

সমল ব্যক্তি - শ্ৰীযুত মোহন কুমাৰ ছেত্ৰী, প্ৰধান আচৰ্য, মাকুম নিকেতন, সংকুল প্ৰমুখ, তিনিচুকীয়া সংকুলবিষয় - বিদ্যা ভাৰতীৰ ...
16/12/2022

সমল ব্যক্তি - শ্ৰীযুত মোহন কুমাৰ ছেত্ৰী, প্ৰধান আচৰ্য, মাকুম নিকেতন, সংকুল প্ৰমুখ, তিনিচুকীয়া সংকুল
বিষয় - বিদ্যা ভাৰতীৰ শিক্ষা ব্যৱস্থা বনাম বৰ্তমানৰ চৰকাৰী শিক্ষা ব্যৱস্থা (NEP).

সমল ব্যক্তি - শ্ৰীযুতা জ্যোৎস্না দাস বিষয় - সংগীত শিক্ষাৰ গুৰুত্ব
16/12/2022

সমল ব্যক্তি - শ্ৰীযুতা জ্যোৎস্না দাস
বিষয় - সংগীত শিক্ষাৰ গুৰুত্ব

সমল ব্যক্তি - শ্ৰীযুত দেৱদাস সিংহ বিষয় - যোগ আৰু শাৰীৰিক শিক্ষাৰ গুৰুত্ব
16/12/2022

সমল ব্যক্তি - শ্ৰীযুত দেৱদাস সিংহ
বিষয় - যোগ আৰু শাৰীৰিক শিক্ষাৰ গুৰুত্ব

মাতৃ সন্মিলন ২০২২দিনাংক - ১৬/১২/২০২২
16/12/2022

মাতৃ সন্মিলন ২০২২
দিনাংক - ১৬/১২/২০২২

These are for winners.
16/12/2022

These are for winners.

সপ্তদশ বাৰ্ষিক সমাৰোহ ২০২২ ৰ কেইটামান ভাল লগা মূহুৰ্ত
16/12/2022

সপ্তদশ বাৰ্ষিক সমাৰোহ ২০২২ ৰ কেইটামান ভাল লগা মূহুৰ্ত

Address

Nizarapar, Chapakhowa, Tinsukia
Sadiya
786157

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+919101321283

Website

Alerts

Be the first to know and let us send you an email when Sankardev Shishu Niketan, Sadiya শংকৰদেৱ শিশু/বিদ্যা নিকেতন, শদিয়া posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Sankardev Shishu Niketan, Sadiya শংকৰদেৱ শিশু/বিদ্যা নিকেতন, শদিয়া:

Shortcuts

Share

Category