Hatem Ali LPS

Hatem Ali LPS Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Hatem Ali LPS, School, Kuchgaon - Kanchanpur Rd, Rupahi.

The School Providing Free Education for Class 1 to 5, Qualified Teachers Teaching, Free Textbooks, Free Uniforms, Free Workbooks, Mid-day Meal, School Grants, Drinking Water, Clean Toilet with running Water, Class wise extra classroom Etc is available.

আমাৰ দেশ, আমাৰ ত্ৰিৰংগ আৰু আমাক স্বাধীনতা দিয়া সকলো বীৰক লৈ গৌৰৱান্বিত।  > সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ—  > এই...
15/08/2025

আমাৰ দেশ, আমাৰ ত্ৰিৰংগ আৰু আমাক স্বাধীনতা দিয়া সকলো বীৰক লৈ গৌৰৱান্বিত।
> সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ—
> এই মহান স্বাধীনতা দিৱস আমাৰ দেশৰ ঐক্য, অগ্ৰগতি আৰু গৌৰৱৰ প্ৰতীক!
> জয় হিন্দ! 🇮🇳

আমাৰ হাতেম আলী মোক্তাৱ বিদ্যালয়ৰ ২০২৫-২৬ শিক্ষা বৰ্ষৰ তৃতীয় শ্ৰেণীৰ প্ৰথম গঠনাত্মক মান নিৰূপণৰ দুটা স্থিৰচিত্ৰ ।
26/06/2025

আমাৰ হাতেম আলী মোক্তাৱ বিদ্যালয়ৰ ২০২৫-২৬ শিক্ষা বৰ্ষৰ তৃতীয় শ্ৰেণীৰ প্ৰথম গঠনাত্মক মান নিৰূপণৰ দুটা স্থিৰচিত্ৰ ।

যোৱা ইংৰাজী ২৯-০৩-২০২৫ তাৰিখে SMCৰ সহযোগত হাতেম আলী মোক্তাৱ বিদ্যালয় ( Hatem Ali Maqtab School ) ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মান...
30/03/2025

যোৱা ইংৰাজী ২৯-০৩-২০২৫ তাৰিখে SMCৰ সহযোগত হাতেম আলী মোক্তাৱ বিদ্যালয় ( Hatem Ali Maqtab School ) ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মান নিৰূপণ / বছৰেকীয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগতে প্ৰতিটো শ্ৰেণীৰ ১ম, ২য় আৰু ৩য় স্থান লাভ কৰি সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক ৰে সন্মানিত কৰা হয়। লগতে বিনামূলীয়া পাঠ্যপুথি আৰু সমসাজ বিতৰণৰ শুভাৰম্ভ কৰা হয় ।

প্ৰতি বছৰৰ দৰে এই বছৰৰ গুণোৎসৱতো Hatem Ali Maqtab School য়ে  A+ পাবলৈ সক্ষম হৈছে ।
27/03/2025

প্ৰতি বছৰৰ দৰে এই বছৰৰ গুণোৎসৱতো Hatem Ali Maqtab School য়ে A+ পাবলৈ সক্ষম হৈছে ।

28/02/2025

Hatem Ali Maqtab School ৰ "ক" শ্ৰেণীৰ শিশুৰ শৈক্ষিক মেলা ।

Hatem Ali Maqtab School ৰ "ক" শ্ৰেণীৰ শিশুৰ শৈক্ষিক মেলা ।
28/02/2025

Hatem Ali Maqtab School ৰ "ক" শ্ৰেণীৰ শিশুৰ শৈক্ষিক মেলা ।

আজি আমাৰ Hatem Ali Maqtab School  ত অনুষ্ঠিত হোৱা ২০২৪-২৫ বৰ্ষৰ পঞ্চম শ্ৰেণীৰ ছাত্র-ছাত্ৰীৰ বিদায় সভাৰ কিছু স্থিৰ চিত্ৰ ...
27/02/2025

আজি আমাৰ Hatem Ali Maqtab School ত অনুষ্ঠিত হোৱা ২০২৪-২৫ বৰ্ষৰ পঞ্চম শ্ৰেণীৰ ছাত্র-ছাত্ৰীৰ বিদায় সভাৰ কিছু স্থিৰ চিত্ৰ ।

Today, Sample photo clippings of the state team visited at our Hatem Ali Maqtab School  along with BEEO, DPO, TT, System...
17/02/2025

Today, Sample photo clippings of the state team visited at our Hatem Ali Maqtab School along with BEEO, DPO, TT, System Analyst SMO, Sri Rajarshi Saikia Sir.

Gunotsav 2025
09/01/2025

Gunotsav 2025

 #গুণোৎসৱ ২০২৫ ৰ সফল সমাপ্তিআজি আমাৰ  #হাতেম  #আলী  #মোক্তাৱ  #বিদ্যালয় ত অনুষ্ঠিত হোৱা গুণোৎসৱত দিহা পৰামর্শ তথা সহায়...
09/01/2025

#গুণোৎসৱ ২০২৫ ৰ সফল সমাপ্তি
আজি আমাৰ #হাতেম #আলী #মোক্তাৱ #বিদ্যালয় ত অনুষ্ঠিত হোৱা গুণোৎসৱত দিহা পৰামর্শ তথা সহায় -সহযোগিতা আগবঢ়োৱা বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোটৰ সদস্য-সদস্যা সকল, অভিভাৱক অভিভাৱিকা সকলৰ লগতে বিদ্যালয়ৰ ৰন্ধনৰ লগত জড়িত ব্যক্তি দ্বয়ক ধন্যবাদ জনালোঁ | বিশেষ ভাৱে ধন্যবাদ জনাইছো External Evaluator, Trishnashree Devi বাইদেৱেলৈ, বাইদেৱে বিদ্যালয়ৰ পৰিৱেশ, শিক্ষাৰ্থী Discipline আদি চাই বিমুগ্ধ হৈ আমাৰ বিদ্যালয়খনক আৰু এখোজ আগবঢ়াই নিবলৈ মূল্যৱান দিহা-পৰামৰ্শ দি থৈ যায় ।

01/01/2025

Address

Kuchgaon - Kanchanpur Rd
Rupahi
782125

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 1:30pm

Telephone

+919864935794

Alerts

Be the first to know and let us send you an email when Hatem Ali LPS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Hatem Ali LPS:

Shortcuts

Share

Category