17/05/2026
ৰূপহী নতুন বজাৰৰ শ্বিৰাজুল ইছলামৰ সু-কন্যা স্বাবানা য়াছমিনৰ বিশ্ব আইন জগতত বৃহৎ সফলতা অৰ্জন।
আমেৰিকাৰ আন্তৰ্জাতিক আইন সংস্থাত যোগদান ৰূপহী নতুন বজাৰৰ স্বাবানা য়াছমিনৰ।
USTM ৰ পৰা LLM শিক্ষা গ্ৰহণ কৰি NEW YOURK CITYৰ আন্তৰ্জাতিক আইন সংস্থা Malik & Popiel P.C. ত যোগদান স্বাবানা য়াছমিনৰ।
স্বাবানা য়েছমিনৰ এই সফলতাত আমি উৎফুল্লিত হৈ
Maulana Abdul Kalam Azad Academy ৰ
ফালৰ পৰা
স্বাবানা য়াছমিনৰ লগতে তাইৰ মা , দেউতাক
এখন জাপি আৰু অসমীয়া ফুলাম গামোচাৰে আদৰণি জনাও । তাইৰ এই নতুন যাত্ৰা সফল হওঁক তাৰে কামনা কৰিলো 🤲🤲🤲🙏🙏🙏