আদৰ্শ জাতীয় বিদ্যালয় ধুহি

  • Home
  • India
  • Rangia
  • আদৰ্শ জাতীয় বিদ্যালয় ধুহি

আদৰ্শ জাতীয় বিদ্যালয় ধুহি A public private education school

03/03/2026
26/01/2026
26/01/2026

আদৰ্শ জাতীয় বিদ্যালয়, ধুহি ত ৭৭ তম গণতন্ত্ৰ দিৱসত সহ: প্ৰধান শিক্ষক চৈয়দ নজৰুল ইছলামৰ পতাকা উত্তোলন।

আজি ২৪/১/২০২৬ ইং তাৰিখে আদৰ্শ জাতীয় বিদ্যালয় ধুহি ৰ ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে জুবিন ক্ষেত্ৰ, শ্বহী...
24/01/2026

আজি ২৪/১/২০২৬ ইং তাৰিখে আদৰ্শ জাতীয় বিদ্যালয় ধুহি ৰ ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে জুবিন ক্ষেত্ৰ, শ্বহীদ স্মাৰক উদ্যান, দীপৰ বিল আৰু শৰাইঘাট স্মৃতি উদ্যান দৰ্শন।

আদৰ্শ জাতীয় বিদ্যালয়, ধুহি ৰ ২০২৫ ইং বৰ্ষৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে আনুষ্ঠানিক ভাৱে বিদায় লোৱা মূহুৰ্ত।
13/12/2025

আদৰ্শ জাতীয় বিদ্যালয়, ধুহি ৰ ২০২৫ ইং বৰ্ষৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে আনুষ্ঠানিক ভাৱে বিদায় লোৱা মূহুৰ্ত।

2025/26 শিক্ষা বৰ্ষৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভাৰ কিছু আলোকচিত্ৰ
23/11/2025

2025/26 শিক্ষা বৰ্ষৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভাৰ কিছু আলোকচিত্ৰ

Address

DHUHI NO 1
Rangia
781350

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when আদৰ্শ জাতীয় বিদ্যালয় ধুহি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category