Euclid Senior Secondary School,Rangia

Euclid Senior Secondary School,Rangia Welcome to the Official Page of Euclid Senior Secondary School of Arts, Science & Commerce with Integrated Coaching Programme for NEET & IIT/JEE –

‘Tiranga hamari Shaan hai,iske liye Jaan bhi Qurban hai!’🇮🇳🎖️A nation’s strength lies in its youth. We are that strength...
15/08/2026

‘Tiranga hamari Shaan hai,iske liye Jaan bhi Qurban hai!’🇮🇳🎖️
A nation’s strength lies in its youth. We are that strength. 💪🏻
The ESSSRians✨

(ESSSR, euclid, seniorsecondaryschool, patriotic songs, patriotism, teri mitti, song, March past , discipline, dignity, together, unity)

19/07/2026

-NEET 2026
Topper Prerona Das

Re-NEET TOPPERS Star Distinctions 2026Arts,Commerce & ScienceBright Super40NEET/JEE
19/07/2026

Re-NEET TOPPERS
Star Distinctions 2026
Arts,Commerce & Science
Bright Super40
NEET/JEE

19/07/2026

Prerona Das,future Doctor -NEET 2026
educationsystem

10/07/2026

Social ♥️

22/03/2026

নীট(NEET) উত্তীৰ্ণ ছাত্ৰ ঋতুৰাজ কলিতাৰ পিতৃৰ সৈতে বাৰ্তালাপ ।।
📌কেনেকৈ পঢ়িব লাগে
📌কিমান ঘণ্টা পঢ়িছিল
📌মিডিয়াম কি ল'ব ?
📌অসমীয়া মাধ্যমত পঢ়ি নীট পাব পাৰিনে ?

  repeat karenge,History defeat karenge
08/03/2026

repeat karenge,History defeat karenge



The Legacy of Rangia JEE TOPPER continues..😎Bringing glory to the Town✨✨(Rangia,JEE Mains, Rangia Topper, Esssr, Talente...
20/02/2026

The Legacy of Rangia JEE TOPPER continues..😎
Bringing glory to the Town✨✨

(Rangia,JEE Mains, Rangia Topper, Esssr, Talented)

সকলোকে ভোগৰ উৎসৱ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে ...❤️
13/01/2026

সকলোকে ভোগৰ উৎসৱ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে ...❤️

যোৱাকালি ইং ১২/০১/২০২৬  তাৰিখ সোমবাৰে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিত বিষয়ৰ অৱসৰপ্ৰাপ্ত শিক্...
13/01/2026

যোৱাকালি ইং ১২/০১/২০২৬ তাৰিখ সোমবাৰে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিত বিষয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী লক্ষ্মীকান্ত মহন্ত ছাৰ ৰ লগতে ৰঙিয়া টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিযুক্ত শিক্ষয়িত্রী তথা চিম্বায়চিচ একাডেমীৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন শিক্ষয়িত্রী সকলোৰে শ্ৰদ্ধাৰ চাজিদা ইয়াচমিন বাইদেউ এ সকলোৰে মাজৰ পৰা চিৰবিদায় মাগে,দুয়োগৰাকী শ্ৰদ্ধেয় ব্যক্তিৰ স্বৰ্গগামী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা যাচিছোঁ ।।

ৰঙিয়াৰ শৈক্ষিক ক্ষেত্ৰখনত দুয়োগৰাকী শিক্ষক ৰ ভূমিকা আছিল অপৰিসীম,ৰঙিয়াৰ ছাত্ৰ-ছাত্ৰীক গণিত আৰু পদাৰ্থ বিজ্ঞান পঢ়াই দুয়োগৰাকী শিক্ষকে যি সমাজসেৱা আগবঢ়ালে সেয়া ৰঙিয়াৰ ইতিহাসত সদায় চিৰস্মৰণীয় হৈ থাকিব, শ্ৰদ্ধাৰে...

ইউক্লিড ছিনিয়ৰ ছেকণ্ডাৰী স্কুল,ৰঙিয়া

Address

Campus 1:Near SDJM Court, Ward No-03 Campus 2: Near Rangia Girls H. S School, Highway Chowk, NH-31
Rangia
781354

Opening Hours

Monday 9am - 4pm
Tuesday 9am - 4pm
Wednesday 9am - 4pm
Thursday 9am - 4pm
Friday 9am - 4pm
Saturday 9am - 4pm

Telephone

+918453593613

Alerts

Be the first to know and let us send you an email when Euclid Senior Secondary School,Rangia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Euclid Senior Secondary School,Rangia:

Shortcuts

Share

Category