Islamic Knowledge

Islamic Knowledge Islamic Videos

27/08/2022

Rasulullah (S.W.) ne farmaya :: Namaz ka chorna aadmi ko kufr se mila deta hai (Muslim)
Rasulullah (S.W.) ne farmaya :: Eeman aour kufr ke darmiyan namaz chorne ka fark hai (Ibne Maza)

Islamic Videos

19/08/2022
19/08/2022

Rasulullah (S.W.) ne farmaya :" Do kalime ese hai jo joban per bare halke fulke hain magar amal ke taraju mai bare wajni hai, allah tala ko behad pasand hai, woh do kalime yeh hai :
( سُبْحَانَ اللّٰهِ وَبِِحَمْدِهِ ، سُبْحَانَ اللّٰهِ الْعَظِمِ )

(Sahih Bukhari)

12/08/2021

= নিসন্দেহে এই কুৰআনে (সমগ্ৰ মানৱজাতিক) বাট দেখুৱায় সেই ফালে যিটো সঠিক, আৰু মুমিন সকলৰ যিসকলে সৎকৰ্ম কৰে তেওঁলোকক সুসংবাদ দিয়ে যে তেওঁলোকৰ কাৰণে (নিৰ্ধাৰিত) ৰৈছে মহান পাৰিশ্ৰমিক;

= আৰু যিবিলাকে পৰকালত বিশ্বাস নকৰে (আৰু খোৱা-পিন্ধা-মৌজকৰোতেই দিন কটাই) সিহঁতৰ বাবে আমি প্ৰস্তুত কৰিছো মৰ্মন্তুদ শাস্তি ।
:: ছূৰা - বানি ইছৰাঈ'ল (আয়াত নং : 9/10

24/06/2021

আল্ কুৰআন্
ছুৰা মাই'দাহ্
আয়াত নং ,, 40
তুমি নাজানানে আল্লাহ -- মহাকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব তেওঁৰেই ? তেওঁ শাস্তি দিয়ে যাকে ইচ্ছা কৰে আৰু ক্ষমাও কৰে যাকে ইচ্ছা কৰে । আল্লাহ সকলোৰে ওপৰত সৰ্বশক্তিমান।

Address

Rangia

Website

Alerts

Be the first to know and let us send you an email when Islamic Knowledge posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Islamic Knowledge:

Shortcuts

Share

Category