Adarsha markaz Academy buraburi

Adarsha markaz Academy buraburi Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Adarsha markaz Academy buraburi, School, Raja Mayang.

15/11/2025

Speech by Shirin Akhter

15/11/2025

Speech by Taniya Tanjim class 7

With our honorable principal sir
15/11/2025

With our honorable principal sir

15/11/2025

Class 4 ৰ ছাত্ৰ - ছাত্ৰীসকলৰ এটি নাট

সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত, বালিমুখ গাওঁৰ মিছবাহুল হকে ৪ টা বিষয়ত লেটাৰ মাৰ্কসহ  ৭৭ শতাংশ নম্বৰেৰে ষ্টাৰ পা...
13/04/2025

সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত, বালিমুখ গাওঁৰ মিছবাহুল হকে ৪ টা বিষয়ত লেটাৰ মাৰ্কসহ ৭৭ শতাংশ নম্বৰেৰে ষ্টাৰ পাবলৈ সক্ষম হয়। আমাৰ একাডেমীৰ লগতে এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।আমাৰ একাডেমীৰ তৰফৰ পৰা তেওঁক এখনি ফুলাম গামোচাৰে আদৰণি জনাও। লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
ধন্যবাদ

এখনী ফুলাম গামোচাৰে সম্ভৰ্ধনা জনায় ADARSHA MARKAZ ACADEMY,BALIMUKH ৰ Principal sir Muzammil Hussain য়ে             নাকাৰ...
12/04/2025

এখনী ফুলাম গামোচাৰে সম্ভৰ্ধনা জনায় ADARSHA MARKAZ ACADEMY,BALIMUKH ৰ Principal sir Muzammil Hussain য়ে
নাকাৰা হাবিৰ মফিদুল ইছলামৰ কন্যা মেহজামিল ৰশনে আদৰ্শ মাৰ্কাজ একাডেমি বুৰাবুৰীৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 87.33 শতাংশ নম্বৰলৈ (Buraburi High School Centre ৰ পৰা Highest Percentage লৈ সুক্ষ্যাতিৰে উৰ্ত্তীণ হৈ এই বৃহত্তম বুঢ়াবুঢ়ি ও মায়ং অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে ৷ আমাৰ একাডেমীৰ পৰিয়ালবৰ্গৰ পৰা তোমাক ধন্যবাদ ও অভিনন্দন জনালোঁ আৰু তোমাৰ সুস্বাস্থ্য,উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

Address

Raja Mayang

Opening Hours

Monday 8am - 3pm
Tuesday 8am - 3pm
Wednesday 8am - 3pm
Thursday 8am - 3pm
Friday 8am - 3pm
Saturday 8am - 3pm

Telephone

+919613217333

Alerts

Be the first to know and let us send you an email when Adarsha markaz Academy buraburi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category