Chulapar Na-Bhanga LP School

Chulapar Na-Bhanga LP School Established: 1952
Cluster: Manipurtup West
Kapili Education Block, Raha
School DISE Code: 18100419401

Morning Assembly
23/02/2022

Morning Assembly

24/01/2019
আজি আমাৰ চোলাপাৰ ন-ভঙ্গা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি অনুষ্ঠানৰ কেইটামান দৃশ্যঃ
13/07/2018

আজি আমাৰ চোলাপাৰ ন-ভঙ্গা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি অনুষ্ঠানৰ কেইটামান দৃশ্যঃ

আজি সন্ধিয়া ঠিক ৫ মান বজাত আমাৰ মণিপুৰ টুপ মণ্ডল সমল কেন্দ্ৰৰ 'ডেকাগাঁও প্ৰাথমিক বিদ্যালয়' ৰ নিষ্ঠাবান সহকাৰী শিক্ষক 'মৃ...
10/06/2018

আজি সন্ধিয়া ঠিক ৫ মান বজাত আমাৰ মণিপুৰ টুপ মণ্ডল সমল কেন্দ্ৰৰ 'ডেকাগাঁও প্ৰাথমিক বিদ্যালয়' ৰ নিষ্ঠাবান সহকাৰী শিক্ষক 'মৃণাল ভট্টাচাৰ্য' মহোদয় হৃদৰোগত আক্ৰান্ত হৈ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আতৰি যায়! তেখেতৰ এই আকস্মিক মৃত্যুত আমাৰ বিদ্যালয়ৰ সকলোৱেই ব্যথিত। তেখেতৰ বিদেহি আত্মাই চিৰশান্তি লাভ কৰক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো!

06/02/2018
২য় পৰ্য্যায়ৰ গুণোৎসৱত A+ গ্ৰেড পোৱাৰ উপলক্ষে আমাৰ বিদ্যালয়ত চোলাপাৰ আৰু ন-ভঙ্গা গাঁৱৰ ৰাইজৰ সহযোগত আজি অনুষ্ঠিত 'সফলতা ...
06/02/2018

২য় পৰ্য্যায়ৰ গুণোৎসৱত A+ গ্ৰেড পোৱাৰ উপলক্ষে আমাৰ বিদ্যালয়ত চোলাপাৰ আৰু ন-ভঙ্গা গাঁৱৰ ৰাইজৰ সহযোগত আজি অনুষ্ঠিত 'সফলতা উদযাপন দিৱস' ৰ কেইটামান দৃশ্য

Our WALL MAGAZINE
16/10/2017

Our WALL MAGAZINE

Gunotsav  School, 2nd day (13/10/2017)
14/10/2017

Gunotsav School, 2nd day (13/10/2017)

Gunotsav  School, 1st day (10/10/2017)
14/10/2017

Gunotsav School, 1st day (10/10/2017)

Address

Na-Bhanga Maskhowa Road
Raha
782104

Website

Alerts

Be the first to know and let us send you an email when Chulapar Na-Bhanga LP School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share