SÍKUR

SÍKUR 'মই জনা সকলোখিনি কথা আৰু তথ্য আপোনালোক

14/12/2023
21/08/2023

জনপ্ৰিয় কণ্ঠশিল্পী তৰুলতা কুটুম # লাইভ প্ৰ'গ্ৰাম

যিকোনো কৰ্ম কৰাৰ ইচ্ছা, আগ্ৰহ,অভিৰুছি তেতিয়াহে থাকে যেতিয়া মানসিকভাবে প্ৰস্তুত বা সুস্থ হয়। #পৰিবৰ্তিত সময়ৰ লগত নিজৰ...
05/08/2023

যিকোনো কৰ্ম কৰাৰ ইচ্ছা, আগ্ৰহ,অভিৰুছি তেতিয়াহে থাকে যেতিয়া মানসিকভাবে প্ৰস্তুত বা সুস্থ হয়।
#পৰিবৰ্তিত সময়ৰ লগত নিজৰ মানসিকতা পৰিবৰ্তন কৰি নিজক পৰিবৰ্তন কৰাৰ কৰ্ম কৰাৰ পণ লৈছো নতুন উদ্যমেৰে।
#পৰিৰ্বতন হওঁক।
জীৱন জিন্দাবাদ বাকীবোৰ মুৰ্দাবাদ।

Gyani With Her Mother
02/06/2022

Gyani With Her Mother

13/05/2022

পৃথিৱীলৈ আন জাতি সকলে যেনেকৈ আছিল তেনেকৈ SC,ST সকলেও আহিছে।কাৰণ আমি মানু্হ।তাৰ পাছতহে মানুহেই মানুহৰ মাজত ভাগ কৰিলে। ভগবানে যেতিয়া মানৱ জাতি সৃষ্টি কৰিছিল তেতিয়াই SC,ST সকলক সামাজিক, অৰ্থনৈতিক আৰু জীৱন-ধাৰণৰ মানদণ্ড অতি পিচপৰা ভাবে সৃষ্টি কৰিছিল নেকি?যদি কৰা নাছিল তেন্তে পৃথিৱীলৈ সকলো জাতিয়ে জন্ম লাভ কৰা ধৰণে জন্ম লাভ কৰা SC,ST সকলে কেনেকৈ এনে অৱস্থাৰ সন্মুখীন হ'ল। নিশ্চয় আমিও তেনে নাছিল চাগে? কিন্তু কিয়,কি কাৰণত পৰি একে প্ৰথাৰে জন্মগ্ৰহণ কৰা মানুহ সকলৰ মাজৰ পৰাই কিছু লোক সকলো ক্ষেত্ৰত পিছ পৰি ৰ'ল আৰু লাঞ্চিত-বঞ্চিত হ'ব লগা হ'ল। এই সমূহ সকলো শ্ৰেণীৰ লোকে জ্ঞাত। বৰ্তমান যি সকল ব্যক্তিয়ে সংৰক্ষণৰ সমস্যাত ভুগি আছে এই সকলক ক'ব বিচাৰো যে আচলতে এই সমস্যাৰ সৃষ্টি কৰিলে কোনে? আৰু ভাৰতীয় সংবিধানে যে সাংবিধানিক ভাবে কিয় এই ব্যবস্থা কৰিব লগা হ'ল?নিশ্চয় আপোনালোকৰ উন্নত মানদণ্ডৰ চিন্তাধাৰাৰ দ্বাৰা এবাৰ হ'লেও ভাবি চাবলৈ অনুৰোধ জনাইছোঁ।
আমিও আনক Counter দিব জানো। কিন্তু এই সমূহ বিতৰ্কলৈ আহি বৰ্তমান সমিল-মিল আৰু ভাতৃত্ববোধত ৰং সনাৰ কামনা কৰা নাই আৰু ভবিষ্যতে ও যাতে তেনে নহয় তাকো সকলোৰে ওচৰত কামনা কৰিছোঁ। লগতে যি সকল ব্যক্তিয়ে সংৰক্ষণৰ ব্যৱস্থাক লৈ সমস্যা বা জ্বলি আছে এই সকল ব্যক্তিক ক'ব বিচাৰো যে আপোনালোকে নিচিন্ত থাকিব যে যেতিয়া সংৰক্ষিত জাতি সকলৰ সামাজিক,অৰ্থনৈতিক, শিক্ষাৰ হাৰ সবল হ'ব আৰু জীৱন ধাৰণৰ মানদণ্ড আপোনালোকৰ সমপৰ্যায়ৰ হ'ব তেতিয়া এই ব্যবস্থাৰ শেষ নিশ্চয় হ'ব।আৰু আমিও মনে প্ৰাণে শেষ হোৱাৰ কামনা কৰো। লগতে যি সকল ব্যক্তিয়ে সংৰক্ষণৰ ব্যৱস্থাক লৈ সমস্যাত ভুগি আছে এই সকলক অনুৰোধ জনাওঁ যে বিভিন্ন কাৰণত বিভিন্ন ব্যস্তত থাকিলেও অন্তত এবাৰ হ'লেও ওচৰাওচৰিকৈ থকা সাধাৰণ শ্ৰেণীৰ লোকে বসবাস কৰা গাওঁ আৰু সংৰক্ষিত লোক সকলে বসবাস কৰা গাওঁ দুখনৰ মাজত থকা পাৰ্থক্য সমূহ ভালকৈ পৰ্যবেক্ষণ কৰিবলৈ যাব।
(বি:দ্ৰ-সংৰক্ষিত লোক সকলক ঠাট্টা মস্কৰা বা ইতিংকি নকৰিব, সিহঁতক অৰ্থনৈতিক, সামাজিক, শিক্ষিতৰ হাৰ উন্নিত কৰাৰ বাবে আৰু জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে প্ৰেৰণা দিয়ক।আমি অসমীয়া বৈচিত্ৰ্যৰ মাজত ঐক্য।আমাৰ প্ৰথম পৰিচয় অসমীয়া আছে আৰু আগলৈ সদায় আৰু চিৰদিনলৈ থাকিব। #জয় আই অসম।)

06/05/2022

চেটেলাইট খবৰ দিওঁতাবোৰলৈ বৰ বিৰক্তি লগা হৈছে।

14/02/2021

Ommou

লাইকা দধিয়াৰ বাবে তৰুলতা কুটুমৰ দ্বাৰা নিৰ্মিত ভিডিঅ'।বৰ দুখ লগা।
02/02/2021

লাইকা দধিয়াৰ বাবে তৰুলতা কুটুমৰ দ্বাৰা নিৰ্মিত ভিডিঅ'।বৰ দুখ লগা।

T.K. Production Presents the song (Video) on the son of soil the Laika-Dadhiyan, Whos are protesting and demanding to the Assam Govt. for their permanent...

24/01/2021

শিমলু মদাৰে ফুলিছে ফুল । এইয়া আলি আয়ে: লৃগাং অহাৰ আগজাননী।এইয়ে দেহত লৃগাং লৃগাং লাগিছে।এইভাবে যোৱা বছৰ আমাৰ গাঁৱত আয়োজন কৰা আলি আয়ে লৃগাঙৰ কিছু নৃত্যকে আপোনালোকলৈ বুলি আগবঢ়ালো।

Address

AMPT TO TURA
Phulbari

Telephone

+917035132307

Website

Alerts

Be the first to know and let us send you an email when SÍKUR posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to SÍKUR:

Shortcuts

Share

Category