28/04/2026
Pathsala Maternity Cum Polyclinic & Research Centre
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Pathsala Maternity Cum Polyclinic & Research Centre, Pathsala.
28/04/2026
11/02/2026
Pathsala Maternity cm Polyclinic and Research Centre ৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি আমাৰ বাবে এটা ঐতিহাসিক আৰু গৌৰৱময় দিন।
আজি সফলতাৰে সম্পন্ন হ’ল আমাৰ সন্মানীয় প্ৰতিষ্ঠাপক তথা পৰিচালনা সঞ্চালক ডাঃ ৰূপম চৌধুৰী ছাৰৰ প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠান।
তেখেতৰ দূৰদৰ্শী চিন্তা, নিষ্ঠা, অক্লান্ত পৰিশ্ৰম আৰু মানৱসেৱাৰ মহান আদৰ্শ সদায় আমাৰ হৃদয়ত অম্লান হৈ থাকিব। তেখেতে ৰোপণ কৰা সপোন আৰু মূল্যবোধে আমাৰ প্ৰতিষ্ঠানক সদায় আগুৱাই লৈ যাব।
এই পৱিত্ৰ অনুষ্ঠানতি সফল কৰাৰ বাবে সকলো অতিথি, শুভাকাংক্ষী আৰু সহকৰ্মীসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
তেখেতৰ সপোন আৰু লক্ষ্যক আগুৱাই লৈ যোৱাই হ’ল আমাৰ শ্ৰেষ্ঠ দায়িত্ব আৰু অঙ্গীকাৰ।
03/02/2026
🌟 INVITATION 🌟
You are cordially invited to come and participate in
🧠🔥 MEDHAGNI 🔥🧠
Dr. Rupam Choudhury Memorial
Open Prize Money General Quiz Competition
📅 Date: 11 February 2026 (Wednesday)
⏰ Time: 2:00 PM onwards
📍 Venue: Pathsala Natya Mandir
19/10/2025
🌹 ডা: ৰূপম চৌধুৰী ছাৰৰ স্মৃতিত 🌹
গভীৰ দু:খৰ সৈতে জনাব বিচাৰো যে আমাৰ প্ৰিয় ডা: ৰূপম চৌধুৰী ছাৰ Pathsala Maternity cm Polyclinic and Research Centre-ৰ ম্যানেজিং ডাইৰেক্টৰ তথা অংশীদাৰ, ১৬ অক্টোবৰ ২০২৫ তাৰিখে মৃত্যুবৰণ কৰিছে।
তেওঁ আমাৰ প্ৰতিষ্ঠানৰ বিকাশ আৰু আগুৱাই নিয়াত এটা দৃষ্টিসম্পন্ন ব্যক্তিত্ব আছিল। ডা: চৌধুৰী ছাৰৰ বহু আশা আৰু পৰিকল্পনা আছিল এই হস্পিটেলৰ উন্নয়নৰ বাবে, যি এতিয়া আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণা হিচাপে থাকিব।
তেওঁৰ অনুপস্থিতিৰ শূন্যতা পূৰণ কৰিব নোৱাৰিলেও, তেওঁৰ আদৰ্শ, মৰম আৰু কৰ্মপ্ৰতি নিষ্ঠা সদায় আমাৰ পথপ্ৰদৰ্শক হৈ থাকিব।
আমাৰ সৰ্বান্তকৰণৰ শ্রদ্ধাঞ্জলি আৰু প্ৰণাম ডা: ৰূপম চৌধুৰী ছাৰৰ প্ৰতি।
তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰোঁ। 🙏
“ওঁ শান্তি 🕉”
— Pathsala Maternity cm Polyclinic and Research Centre পৰিয়াল ।
20/09/2025
শ্ৰদ্ধাঞ্জলি
অসমবাসীৰ হৃদয় জয় কৰা কিংবদন্তী শিল্পী জুবীন গাৰ্গৰ অকাল প্ৰয়াণত আমি গভীৰ ভাবে শোকাহত। তেওঁৰ সুৰ, গীত আৰু শিল্পীসত্তাই সদায় আমাৰ মাজত অমৰ হৈ থাকিব।
এই অপূৰণীয় ক্ষতি অসম তথা সমগ্ৰ দেশবাসীৰ বাবে এক দুখজনক দিন।
Pathsala Maternity cm Polyclinic & Research Centre-ৰ সমগ্ৰ পৰিয়ালৰ পক্ষৰ পৰা আমি তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।
Click here to claim your Sponsored Listing.
Location
Contact the school
Telephone
Website
Address
Pathsala
781325