Sankardev Shishu Niketan,Hathinapur

Sankardev Shishu Niketan,Hathinapur শংকৰদেৱ শিশু নিকেতন , হাঠিনাপুৰ

📌 আমি জনাবলৈ পাই সুখী হৈছো যে অহা ২১, ২২ আৰু ২৩ জানুৱাৰী ২০২৩ ইং তাৰিখে শংকৰদেৱ শিশু নিকেতন, হাঠিনাপুৰৰ  ৰূপালী জয়ন্তী উ...
08/12/2022

📌 আমি জনাবলৈ পাই সুখী হৈছো যে অহা ২১, ২২ আৰু ২৩ জানুৱাৰী ২০২৩ ইং তাৰিখে শংকৰদেৱ শিশু নিকেতন, হাঠিনাপুৰৰ ৰূপালী জয়ন্তী উদযাপন কৰা হব। সেয়েহে আজি ০৮-১২-২২ তাৰিখে উক্ত অনুষ্ঠানৰ ৰভাৰ "লাইখুটা" স্থাপন কৰা হয়।

অহা ২১,২২ আৰু ২৩ জানুৱাৰী ২০২৩ চন তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হাঠিনাপুৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী উদ...
18/10/2022

অহা ২১,২২ আৰু ২৩ জানুৱাৰী ২০২৩ চন তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হাঠিনাপুৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী উদযাপন কৰা হব ।।

তিনিওদিনৰ ন ন কাৰ্যসূচীৰ লগতে অন্তিম দিনৰ
সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ
জনপ্ৰিয় কণ্ঠশিল্পী #দ্বীপলীনা_ডেকা ❤️❤️❤️

সকলোৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ
🙏🙏🙏

HSLC batch 2022🌟 🍁Best wishes to all 🎉
10/03/2022

HSLC batch 2022🌟
🍁
Best wishes to all 🎉

সৰস্বতী পূজাৰ প্ৰৱেশদ্বাৰ 😍
16/02/2021

সৰস্বতী পূজাৰ প্ৰৱেশদ্বাৰ 😍

🔰গণতান্ত্ৰিক দিৱস উদযাপন 🇮🇳🇮🇳
26/01/2021

🔰গণতান্ত্ৰিক দিৱস উদযাপন 🇮🇳🇮🇳

⭐2021 HSLC batch   ✨
22/01/2021

⭐2021 HSLC batch ✨

🌟শংকৰদেৱ শিশু নিকেতন হাঠিনাপুৰ ৰ বৰ্ষযোৰা (২০২০-২০২১) ৰূপালী জয়ন্তী উদযাপন ৰ শুভাৰম্ভণি অনুষ্ঠানৰ কিছু মূহুৰ্ত 🔰
21/01/2021

🌟শংকৰদেৱ শিশু নিকেতন হাঠিনাপুৰ ৰ বৰ্ষযোৰা (২০২০-২০২১) ৰূপালী জয়ন্তী উদযাপন ৰ শুভাৰম্ভণি অনুষ্ঠানৰ কিছু মূহুৰ্ত 🔰

শঙ্কৰদেৱ শিশু নিকেতন হাঠিনাপুৰৰ        বৰ্ষযোৰাৰূপালী জয়ন্তী উদযাপন  ❤️ শুভাৰম্ভণি অনুষ্ঠান - ২১ জানুৱাৰী ২০২১ খ্ৰী:সাম...
19/01/2021

শঙ্কৰদেৱ শিশু নিকেতন হাঠিনাপুৰৰ
বৰ্ষযোৰা
ৰূপালী জয়ন্তী উদযাপন ❤️

শুভাৰম্ভণি অনুষ্ঠান - ২১ জানুৱাৰী ২০২১ খ্ৰী:
সামৰণি অনুষ্ঠান - জানুৱাৰী ২০২২ খ্ৰী:

নিকেতনৰ মুখ্য প্ৰবেশদ্বাৰ
08/07/2020

নিকেতনৰ মুখ্য প্ৰবেশদ্বাৰ

07/06/2020

2020 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অামাৰ নিকেতনৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।

Small Park
24/05/2020

Small Park

 #2020 HSLC Batch
23/05/2020

#2020 HSLC Batch

Address

Pathsala

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Sankardev Shishu Niketan,Hathinapur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category