Sankardev Sishu Vidya Niketan, Baghmara

Sankardev Sishu Vidya Niketan, Baghmara Sankardev Sishu Vidya Niketan, Baghmara was established on 1 January, 1996 in Baghmara, Assam.

Founder Headmaster:-Lalit Kalita
Working Headmaster:-Bhudev Sharma

২০২৬-২৭ ইং বৰ্ষৰ নামভৰ্ত্তিৰ প্ৰ-পত্ৰ দি থকা হৈছে।
18/12/2025

২০২৬-২৭ ইং বৰ্ষৰ নামভৰ্ত্তিৰ প্ৰ-পত্ৰ দি থকা হৈছে।

20/06/2025

বাঘমাৰাৰ জয়হিন্দ প্ৰেক্ষাগৃহত অনুষ্ঠিত বিষ্ণু ৰাভা দিৱসৰ সমৱেত সংগীতৰ একাংশ।
📽️ Gautam

11/04/2025

আমাৰ নিকেতনৰ ২০২৫ ইং বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সামগ্ৰিক ফলাফল:-

মুঠ পৰীক্ষাৰ্থী:- ৩৫ গৰাকী।
উত্তীৰ্ণ:- ৩৫ গৰাকী।
উত্তীৰ্ণৰ হাৰ:- ১০০ শতাংশ।

প্ৰথম বিভাগত উত্তীৰ্ণ:- ৩০ গৰাকী(ডিষ্টিংচন:- ৪ গৰাকী,ষ্টাৰ*:- ৯ গৰাকী)
দ্বিতীয় বিভাগত উত্তীৰ্ণ:- ৪ গৰাকী।
তৃতীয় বিভাগত উত্তীৰ্ণ:- ১ গৰাকী।

লেটাৰ নম্বৰ প্ৰাপ্ত :
অসমীয়া- ১৬ গৰাকী
ইংৰাজী- ৩ গৰাকী
গণিত- ১১ গৰাকী
বিজ্ঞান- ১৩ গৰাকী
সমাজ বিজ্ঞান- ৫ গৰাকী
উচ্চ গণিত- ৯ গৰাকী
সংস্কৃত- ৬ গৰাকী
ভূগোল- ২ গৰাকী
________________
মুঠ- ৬৫ গৰাকী।

01/01/2025

আজি নিকেতনৰ ৩০ তম্ প্ৰতিষ্ঠা দিৱস।
নিকেতনৰ শিক্ষাৰ্থী, আচাৰ্য-আচাৰ্যা, অভিভাৱক তথা ৰাইজৰ সহযোগত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাৰ এটা "ভিদিও ক্লিপ" আপোনালোকলৈ আগবঢ়ালোঁ।এই মহান প্ৰতিষ্ঠানখন গঢ়ি তোলাৰ ক্ষেত্ৰত জড়িত থকা প্ৰত্যেকগৰাকী ব্যক্তিলৈ শ্ৰদ্ধা জনাই সদৌতিলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত হৈ যোৱা প্ৰান্তীয় ভিত্তিত অৰ্থাৎ সমগ্ৰ নৰ্থ-ইষ্টৰ ভিতৰত হোৱা খেলত আমাৰ বাঘমাৰা নিকেতনৰ দশম...
12/05/2024

আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত হৈ যোৱা প্ৰান্তীয় ভিত্তিত অৰ্থাৎ সমগ্ৰ নৰ্থ-ইষ্টৰ ভিতৰত হোৱা খেলত আমাৰ বাঘমাৰা নিকেতনৰ দশম শ্ৰেণীৰ ছাত্ৰ “শ্ৰী উদ্দিপন দাসে” "ওখ জাম্প" ত প্ৰথম স্থান দখল কৰি মধ্যপ্ৰদেশত হ'বলগীয়া ৰাষ্ট্ৰীয় খেলৰ বাবে যোগ্যতা লাভ কৰিবলৈ সক্ষম হৈছে।
জয়তু বাঘমাৰা নিকেতন!!!

আমাৰ নিকেতনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সামগ্ৰিক ফলাফল:-মুঠ পৰীক্ষাৰ্থী:- ৩০ গৰাকী।উত্তীৰ্ণ:- ৩০ গৰাকী।উত্তীৰ্ণৰ হাৰ:- ...
20/04/2024

আমাৰ নিকেতনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সামগ্ৰিক ফলাফল:-

মুঠ পৰীক্ষাৰ্থী:- ৩০ গৰাকী।
উত্তীৰ্ণ:- ৩০ গৰাকী।
উত্তীৰ্ণৰ হাৰ:- ১০০ শতাংশ।

প্ৰথম বিভাগত উত্তীৰ্ণ:- ৩০ গৰাকী(ডিষ্টিংচন:- ৩ গৰাকী,ষ্টাৰ*:- ১৭ গৰাকী)

(আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, এইবাৰ আমাৰ নিকেতনৰ মুঠ পৰীক্ষাৰ্থীৰ আটাইকেইজনেই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে)

আমাৰ গৌৰৱ!!আমাৰ নেহা!!জয়তু শ:শি:নি: বাঘমাৰা!
29/06/2023

আমাৰ গৌৰৱ!!আমাৰ নেহা!!
জয়তু শ:শি:নি: বাঘমাৰা!

Ranjeet Kumar Dass 🙏
29/06/2023

Ranjeet Kumar Dass 🙏

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ নিকেতনৰ ছাত্ৰী প্লাৱিতা দাসে অসমৰ ভিতৰত সপ্তম স্থান পোৱাৰ লগতে আমাৰ নিকেতনৰেই...
28/06/2023

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ নিকেতনৰ ছাত্ৰী প্লাৱিতা দাসে অসমৰ ভিতৰত সপ্তম স্থান পোৱাৰ লগতে আমাৰ নিকেতনৰেই ছাত্ৰী নেহা মহন্তই দুই নম্বৰৰ বাবে স্থান লাভ কৰা নাছিল।
যোৱাকালি প্ৰাপ্ত হোৱা RTI ফলাফল অনুসৰি নেহাই অসমীয়া বিষয়ত দুই নম্বৰ বেছি পাই সৰ্বমুঠ ৫৮৫ ৰে দশম স্থান লাভ কৰিবলৈ সক্ষম হয়!
(7th Position)
(10th Position)

সুকলমে অনুষ্ঠিত হৈ যোৱা ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ কেইটামান মুহূৰ্ত!📸 Parag Choudhury Photography
24/06/2023

সুকলমে অনুষ্ঠিত হৈ যোৱা ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ কেইটামান মুহূৰ্ত!

📸 Parag Choudhury Photography

আমাৰ গৌৰৱ!বাঘমাৰাৰ গৌৰৱ!আমাৰ প্লাৱিতা!
23/05/2023

আমাৰ গৌৰৱ!
বাঘমাৰাৰ গৌৰৱ!
আমাৰ প্লাৱিতা!

Address

Baghmara Bazar
Pathsala
781328

Opening Hours

Monday 8:15am - 3pm
Tuesday 8:15am - 3pm
Wednesday 8:15am - 3pm
Thursday 8:15am - 3pm
Friday 8:15am - 3pm
Saturday 8:15am - 2pm

Telephone

+918638217117

Website

Alerts

Be the first to know and let us send you an email when Sankardev Sishu Vidya Niketan, Baghmara posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category