24/07/2026
বজালী ডান্স একাডেমীৰ উদ্যোগত আগষ্ট 2026 মাহৰ 7,8 আৰু 9 তাৰিখে পাঠশালাৰ #ভাগৱতী_ক্ষেত্ৰত এখনি নৃত্য কৰ্মশালাৰ আয়োজন কৰা হৈছে নৃত্য কৰ্মশালাত মূখ্য প্ৰশিক্ষক হিচাপে থাকিব অসমৰ জনপ্ৰিয় নৃত্য পৰিচালক গায়ত্ৰী বড়ো আৰু ৰূপম বৰা , ভূষণ তালুকদাৰ লগতে অতিথি হিচাপে থাকিব জনপ্ৰিয় অভিনেত্ৰী আশা ৰিয়া ফুকন
উক্ত অনুষ্ঠানত আপোনালোকৰ সহযোগিতা তথা উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ ।
05/06/2026