11/04/2025
Arohan Group of Institute - A Tutorial Home
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Arohan Group of Institute - A Tutorial Home, Tutor/Teacher, Pathsala, Pin/, Pathsala.
11/04/2025
19/04/2023
Admission going on
Arohan Group of Institute - A Tutorial Home Tutor/Teacher
18/03/2022
‘আৰোহন গ্রুপ অৱ ইনষ্টিটিউট’ৰ বিশেষ অভিনন্দন অনুষ্ঠান
যোৱা ১৭ মার্চ, ২০২২ তাৰিখে ‘আৰোহন গ্রুপ অৱ ইনষ্টিটিউট, পাঠশালা’ৰ তৰফৰ পৰা অনুষ্টুপীয়াকৈ এক বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয় । উক্ত অনুষ্ঠানত ইনষ্টিটিউটৰ ছাত্রী জিণ্টি দেৱীক তেওঁৰ পাৰদর্শিতাৰ বাবে বিশেষভাৱে অভিনন্দন জনোৱা হয় । জিণ্টি-এ হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু শেহতীয়াকৈ মেডিকেলৰ সর্বভাৰতীয় প্রৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হৈ গৌৰৱ কঢ়িয়াই আনে । অনুষ্ঠানত জিণ্টিক ইনষ্টিটিউটৰ ফালৰ পৰা এখন অভিনন্দন পত্র, এটি গছৰ পুলি, এখনি ফুলাম গামোচা আৰু এটি কলম আগবঢ়োৱা হয় । জিণ্টিয়ে উপস্থিত ছাত্র-ছাত্রীসকলৰ সন্মুখত নিজৰ মনৰ ভাব ব্যক্ত কৰাৰ লগতে যিকোনো বিষয়তে সফলতা লাভ কৰাৰ আঁৰৰ বহুকেইটা উল্লেখনীয় কথা কয় যাৰদ্বাৰা ছাত্র-ছাত্রীসকল যথেষ্ট উপকৃত হ’ব ।
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Pathsala, Pin/
Pathsala
781325