Dr. APJ Abdul Kalam Memorial Academy, Silapatni

Dr. APJ Abdul Kalam Memorial Academy, Silapatni সন্তান আপোনাৰ, শিক্ষা আমাৰ, সম্পদ দেশৰ।

22/11/2024
Saiful Islam¥¥¥¥¥¥¥¥¥¥আজি ড0 এ পি জে আব্দুল কালাম মেমোৰিয়েল একাডেমী।শিলাপাটনী।ত জৰুৰী বাবে এখন সভা। অনুষ্ঠিত কৰা হয়।সভ...
29/10/2024

Saiful Islam
¥¥¥¥¥¥¥¥¥¥
আজি ড0 এ পি জে আব্দুল কালাম মেমোৰিয়েল একাডেমী।শিলাপাটনী।ত জৰুৰী বাবে এখন সভা। অনুষ্ঠিত কৰা হয়।সভাত সভাপতিত্ব কৰে মোৰ শিক্ষা গুৰু তথা চেংলিমাৰী হাই স্কুলৰ শিক্ষক জোৱাহেৰ আলী আহমেদ ছাৰ। লগতে উপস্থিত থাকে শিলাপাটনী এমই স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল আৱাল ছাৰ। চেংলিমাৰী আঞ্চলিক আমছুৰ সন্মানীয় সভাপতি জাহিদুল ইছলাম।শিলাপাটনী/হলংবাৰী আঞ্চলিক আমছুৰ সন্মানীয় সভাপতি ছফিকুল ইছলাম । লগতে সন্মানীয় অভিভাৱক সকলে।

'মোৰ ল'ৰাজন বা ছোৱালীজনীয়ে ঘৰত মুঠেই পঢ়িব নোখোজে।' কথাষাৰ প্ৰায় প্ৰতিজন অভিভাৱকৰ মূখতেই শুনা যায়। ইয়াৰ পৰা পৰিত্ৰাণ পাব...
12/10/2024

'মোৰ ল'ৰাজন বা ছোৱালীজনীয়ে ঘৰত মুঠেই পঢ়িব নোখোজে।' কথাষাৰ প্ৰায় প্ৰতিজন অভিভাৱকৰ মূখতেই শুনা যায়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বা নিজৰ সন্তানক পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ কেইটামান কাম কৰিব। কিছু হ'লেও অভিভাৱক সকল সুফল পাব বুলি আশা কৰিব পাৰি-
১। সন্তানৰ পঢ়াৰ বাবে আছুতীয়া কোঠা ৰাখিব। যিখন কোঠাত পঢ়াৰ সা-সৰঞ্জামৰ বাহিৰে বেলেগ বস্তু যিবোৰৰ প্ৰতি শিশুসকল সহজতে আকৃষ্ট হয় সেইবোৰ নেৰাখিব।
২। সন্তনটোৱে যিমান সময় পঢ়ে সিমান সময় মা নাইবা দেউতা যিকোনো এজন কাষত থাকিব।
৩। পঢ়াৰ সময়ত বাহিৰা মানুহ আহিলে তেওঁলোকক সময় নিদিব। তেওঁলোকেও বুজি পাওঁক এতিয়া পঢ়াৰ সময়।আড্ডাৰ সময় নহয়।
৪। সন্তানক একেৰাহে জোৰ কৰি বেছি সময় পঢ়াৰ টেবুলত বহুৱাই নেৰাখিব। তেনে কৰিলে পঢ়াৰ প্ৰতি তেওঁৰ বিৰক্তি আহি যাব।
৫। ১-২ ঘন্টা পঢ়াৰ পিছত তেওঁৰ লগত খোলা মনেৰে ক্ষন্তেক সময় কথা পাতক। নৈতিকতাপূৰ্ণ কাহিনী কওঁক নাইবা ক্ষন্তেক সময় খেলিব দিয়ক। মনটো পাতল হোৱাৰ পিছত আকৌ পঢ়িবলৈ বহুৱাই দিয়ক।
৬। মাজে মাজে কিছু বিখ্যাৎ মানুহৰ জীৱন সংগ্ৰামৰ কাহিনী কওঁক যি বিলাকে কিশোৰ মনত সহজে প্ৰভাৱ পেলায়।
৭। শিশুবোৰে কোনো মনোৰঞ্জন ধৰ্মী উৎসৱত যাব খুজিলে নিজে লৈ যাওঁক।
এনে কৰিলে সন্তানৰ জেদ নে বাঢ়ে আৰু অভিভাৱকৰ প্ৰতি শ্ৰদ্ধা নক'মে।
৮। পঢ়াৰ বাবে বেছি হেঁচা প্ৰয়োগ নকৰিব। ধেমালীৰ ছলেৰে পঢ়োৱাবলৈ যত্ন কৰিব।
৯। পঢ়াটো আন আন কামতকৈ যে সহজ সেই কথাটোত গুৰুত্ব দিব। পঢ়া বহুত কঠিন বস্তু বুলি শিশুবোৰৰ আগত কেতিয়াওঁ নক'ব। লক্ষ্য ৰাখিব শিশুবোৰে যাতে কেতিয়াও পঢ়াত ভয় বা ঘীন কৰিবলৈ আৰম্ভ নকৰে।
১০। শিশুবোৰে পঢ়াৰ সময়ত সেইখন কোঠাত বা কাষত (শিশুৱে গম পোৱাকৈ) মোবাইল চাই নেথাকিব নাইবা কোনো আলোচনা কৰি নেথাকিব। তেনে কৰিলে শিশুবোৰে পঢ়াৰ প্ৰতি মনোযোগ কেন্দ্ৰীভুত কৰিব নোৱাৰে।
উপৰোক্ত কথাবোৰৰ মতে কিছুদিন চেষ্টা কৰক। নিশ্চয় বহুখিনি উপকৃত হ'ব। পিছলৈ আৰু বহলাই আলোচনা কৰিম‌।
স‌ংগ্ৰহ : ফেচবুক।

27/08/2024
78 Happy Independent day
11/08/2024

78 Happy Independent day

24/07/2024

মানৱীয় প্ৰমূল্যবোধেৰে আবৃত এগৰাকী মানুহ হ'ব পৰাটোৱেই মানৱ জীৱনৰ আটাইতকৈ ডাঙৰ সাৰ্ধকতা।

২০২৪-২৫ ইং শিক্ষাবৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে। অংকুৰ শ্ৰেণীৰ পৰা অষ্টম মান লৈ। যোগাযোগ নম্বৰ: 8486867451 , 091017 32...
07/03/2024

২০২৪-২৫ ইং শিক্ষাবৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে। অংকুৰ শ্ৰেণীৰ পৰা অষ্টম মান লৈ। যোগাযোগ নম্বৰ: 8486867451 , 091017 32188 , 6003986315

Address

Pathsala

Alerts

Be the first to know and let us send you an email when Dr. APJ Abdul Kalam Memorial Academy, Silapatni posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Dr. APJ Abdul Kalam Memorial Academy, Silapatni:

Shortcuts

Share

Category