627 Belana LP School

627 Belana LP School 627 Belana LP School
Block-Bajali
DI-Barpeta(Assam)

14/04/2026

কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশন কৰা দলীয় নৃত্য

প্ৰাথমিক শিক্ষা বিভাগ, বজালী
Ranoj Pegu

14/04/2026

দলীয় নৃত্য


#প্ৰাথমিকশিক্ষাবিভাগবজালী

14/04/2026

বঁটা বিতৰণী আৰু সাংস্কৃতিক অনুষ্ঠান ২০২৫-২৬ বৰ্ষ

প্ৰাথমিক শিক্ষা বিভাগ, বজালী
627 Belana LP School

08/11/2025

Twinning of school Programme

Samagra Shiksha Assam
Samagra Shiksha,Barpeta


২০২৫-২৬ শিক্ষাবৰ্ষৰ নতুন পাঠ্যপুথি বিতৰণ।Samagra Shiksha Assam Ranoj Pegu 627 Belana LP School
02/04/2025

২০২৫-২৬ শিক্ষাবৰ্ষৰ নতুন পাঠ্যপুথি বিতৰণ।

Samagra Shiksha Assam
Ranoj Pegu

627 Belana LP School


২০২৪-২০২৫ ইং বৰ্ষৰ গুণোৎসৱত ৬২৭ নং বেলনা প্ৰাথমিক বিদ্যালয়ে ৯২ শতাংশৰ সৈতে A+ grade পাবলৈ সক্ষম হয়।
28/03/2025

২০২৪-২০২৫ ইং বৰ্ষৰ গুণোৎসৱত ৬২৭ নং বেলনা
প্ৰাথমিক বিদ্যালয়ে ৯২ শতাংশৰ সৈতে A+ grade পাবলৈ সক্ষম হয়।

05/03/2025
05/03/2025
25/02/2025

শৈক্ষিক মেলা ২০২৫

23/01/2025

সমগ্ৰ শিক্ষা অসম,বৰপেটা জিলা আৰু বজালী শিক্ষাখণ্ডৰ ডুমুৰীয়া মণ্ডল কেন্দ্ৰৰ অধীনত বাপুজী মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হোৱা "সম্প্ৰদায় উৎসৱৰ" বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাত ৬২৭নং প্ৰাথমিক বিদ্যালয়ে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হয়।এই শোভাযাত্ৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ কিছুমান দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ।


Samagra Shiksha Assam Ranoj Pegu
Samagra Shiksha,Barpeta

627 Belana LP School

06/11/2024

"সুধাকন্ঠ দিৱস" হিচাপে আমাৰ ছাত্ৰ-ছাত্ৰী সকলে ড০ ভূপেন হাজৰিকাৰদেৱৰ কালজয়ী গীতটো গাবলৈ চেষ্টা কৰিছে।


Ranoj Pegu Samagra Shiksha Assam

Address

Belana, Bajali
Pathsala

Website

Alerts

Be the first to know and let us send you an email when 627 Belana LP School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category