Jhankar Sangeet Siksha Kendra, Pathsala

Jhankar Sangeet Siksha Kendra, Pathsala JHANKAR SANGEET SHIKSHA KENDRA, PATHSALA
ঝংকাৰ সঙ্গীত শিক্ষা কেন্দ্ৰ, পাঠশালা

15/08/2024

Happy 78th Independence Day to everyone from Jhankar Sangeet Shiksha Kendra, Pathsala..

05/05/2024

Class time..
Senior Batch of Vocal Classical..
05-05-2024

11/04/2024
09/04/2024

Class time..

Senior Batch..

Admission is going on.. For more information feel free to call or what'sapp at : 080111 23502

আপুনি বাৰু আপোনাৰ শিশু টোক সংগীতৰ ক্ষেত্ৰ খনত আগবাঢ়ি যোৱাটো বিচাৰে নেকি?? তেন্তে আপোনাৰ বাবে আছে সুখবৰ।।।। ভাতখাণ্ডে সং...
29/03/2024

আপুনি বাৰু আপোনাৰ শিশু টোক সংগীতৰ ক্ষেত্ৰ খনত আগবাঢ়ি যোৱাটো বিচাৰে নেকি?? তেন্তে আপোনাৰ বাবে আছে সুখবৰ।।।। ভাতখাণ্ডে সংগীত বিশ্ববিদ্যালয়, লক্ষ্ণৌ আৰু পৰৱৰ্তী সময়ত প্ৰাচীন কলা কেন্দ্ৰ চণ্ডীগড় ৰ পৰা শাস্ত্ৰীয় সংগীতত ক্ৰমে বি. মিউজ আৰু এম . মিউজ ডিগ্ৰী লাভ কৰি যোৱা তিনি দশক ধৰি শাস্ত্ৰীয় সংগীতৰ গুৰু হিচাপে বৃহত্তৰ নামৰূপ আৰু পাঠশালা অঞ্চলত অৱদান আগবঢ়াই অহা শ্ৰদ্ধাৰ লক্ষেশ্বৰ চৌধুৰী দেৱৰ পাঠশালা স্থিত ঝংকাৰ সংগীত শিক্ষা কেন্দ্ৰৰ নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শাস্ত্ৰীয় সংগীতৰ একমাত্ৰ নিৰ্ভৰ যোগ্য শিক্ষানুষ্ঠান খনে শেহতীয়াকৈ ভাৱ সংগীতৰ সমান্তৰালকৈ আৰম্ভ কৰিছে তবলা আৰু ভায়োলিন ৰ পাঠ্যক্ৰম। ইচ্ছুক ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকলক বেনাৰত দি থোৱা দূৰভাষ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ 🙏🙏

বিশিষ্ট সংগীত শিল্পী নন্দ বেনাৰ্জী ছাৰ ......যোৱা বৰ্ষত ঝংকাৰ সংগীত শিক্ষা কেন্দ্ৰত অনুষ্ঠিত পৰীক্ষাত বহি মূল্যয়ক হিচাপে...
11/03/2024

বিশিষ্ট সংগীত শিল্পী নন্দ বেনাৰ্জী ছাৰ ......
যোৱা বৰ্ষত ঝংকাৰ সংগীত শিক্ষা কেন্দ্ৰত অনুষ্ঠিত পৰীক্ষাত বহি মূল্যয়ক হিচাপে উপস্হিত থাকি তেখেতে নিজৰ ব্যক্তিত্ব আৰু পাণ্ডিত্যৰে আমাৰ ছাত্ৰ ছাত্ৰী সকলক যথেষ্ট অনুপ্ৰাণিত কৰিছিল ।।
ছাৰলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।।
🙏🙏ঔম শান্তি :🙏🙏

06/02/2024

Paying tribute to Lata Mangeshkar on her second death anniversary 🙏

চাওঁতে চাওঁতে আমাৰ সফল প্ৰয়াস "ঝংকাৰ সংগীত শিক্ষা কেন্দ্ৰ" ৰ ৫ টা বছৰ সম্পূৰ্ণ হল আজি।। ইতিমধ্যে জনমানসত স্থান লাভ কৰিব...
03/02/2024

চাওঁতে চাওঁতে আমাৰ সফল প্ৰয়াস "ঝংকাৰ সংগীত শিক্ষা কেন্দ্ৰ" ৰ ৫ টা বছৰ সম্পূৰ্ণ হল আজি।। ইতিমধ্যে জনমানসত স্থান লাভ কৰিব সক্ষম হোৱা আমাৰ সংগীত শিক্ষা কেন্দ্ৰ খন অনাগত দিনটো সুস্থ সাংস্কৃতিক পৰিবেশ সৃষ্টিৰ প্ৰতি দায়বদ্ধ হৈ থাকিব।।

Rest in Peace Legend...Padmabhushan Ustad Rashid Khan Sir 🙏A great loss for Indian Music !
09/01/2024

Rest in Peace Legend...
Padmabhushan Ustad Rashid Khan Sir 🙏
A great loss for Indian Music !

Some snaps from our today's theory exam of music and art at Jhankar Sangeet Shiksha Kendra, Pathsala..
07/01/2024

Some snaps from our today's theory exam of music and art at Jhankar Sangeet Shiksha Kendra, Pathsala..

Address

Chandra Nagar
Pathsala
781325

Opening Hours

8am - 11am
3pm - 6pm

Telephone

+919854848277

Website

Alerts

Be the first to know and let us send you an email when Jhankar Sangeet Siksha Kendra, Pathsala posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category