Ujjal Time

Ujjal Time

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ujjal Time, Education, Pathsala.

সকলো ধৰণৰ চৰকাৰী আৰু বেচৰকাৰী চাকৰিৰ খবৰ সকলোতকৈ আগতে পাবলৈ আমাৰ এই Page টো Follow কৰি ৰাখিব ! 🫡Jai Hind🇮🇳 Salute Indian Soldiers⚔️🪖🇮🇳
👉 SUBSCRIBE TO MY YOUTUBE CHANNEL
https://www.youtube.com/@UjjalTime

Photos from Ujjal Time's post 25/02/2026

সকলোকে আমাৰ পেজৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনালোঁ অলপ কৈ হ'লেও যিখিনি পাৰে সহায় কৰক আপোনাৰ অলপ সহায়ৰ হাতে এজন মানুহৰ জীৱন বচাবো পাৰিব বহুত কষ্ট কৰি চলি আছিল তেওঁলোকে গতিকে উন্নত চিকিৎসা কৰিবলৈ তেওঁলোকৰ ক্ষমতা নাই সৰুৰে পৰা দেখি আহিছো খুড়াই বহু কষ্ট কৰি ওজা পালি গোৱা যদি পাৰে অকমান সহায় কৰক সকলোৱে 🙏

Photos from Ujjal Time's post 23/02/2026

📢 BTC ৰ ফালৰ পৰা বন বিভাগৰ পদ মুকলি ✅
যোগ্যতা:- উচ্চতৰ মাধ্যমিক

আবেদন প্ৰক্ৰিয়া চলি আছে ✅
আবেদনৰ অন্তিম তাৰিখ ১৫ মাৰ্চ ২০২৬
🔵Official Website:- https://education.bodoland.gov.in/

18/02/2026

জীৱনটোও এখন বিশ্বকাপৰ নিচিনা, ইয়াত যিকোনো ব্যক্তিয়ে যিকোনো সময়তে জয়ী হ’ব পাৰে –

সিংহ সদায় জংঘলৰ ৰজা নহয়, কেতিয়াবা চিকাৰেও প্ৰতিশোধ লয়!!

Photos from Ujjal Time's post 13/02/2026

😍 বহুত বহুত ভাল খবৰ

অসম আৰক্ষীৰ SI (UB) আৰু SI (AB) Commando battalion ৰ বয়স এবছৰ লৈ বৃদ্ধি কৰা হৈছে। লগতে অসম আৰক্ষী, বন, কাৰাগাৰ , অগ্নি নিৰ্বাপক আদি বিভাগকে ধৰি যিবোৰ পদৰ বাবে অনলাইন আবেদন যোৱা ৮/২/২৬ তাৰিখে শেষ হৈছিল, সেই পদ বোৰৰ বাবে পুনৰ ১৫/২/২৬ তাৰিখৰ পৰা ২৮/২/২৬ তাৰিখৰ লৈকে আবেদন কৰিব পাৰিব।
সৱিশেষ জানিবলৈ SLPRB ত চাব পাৰিব।

19/01/2026

বহুত ভাল খবৰ Assam Police ৰ Apply কৰাৰ বাবে বয়সৰ সময়সীমা(Age Limit) বঢ়াই দিলে মামাই লগতে ১৫ দিনলৈ আবেদনৰ সময় বৃদ্ধি কৰিলে

16/12/2025

📢 আজিৰে পৰা অসম আৰক্ষীৰ বিভিন্ন পদৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব যিসকল প্ৰাৰ্থীয়ে অসম আৰক্ষী ফালৰ পৰা নতুনকৈ মুকলি হোৱা পদত আবেদন কৰিম কৰিম বুলি ভাবি আছে আপোনালোকে আজিৰে পৰা আবেদন কৰিব পাৰিব ✅

06/12/2025

Assam Police New Vacancy 2025-2026 Out

📌অসম পুলিচ কনিষ্টবল (UB) & কনিষ্টবল (AB)ৰ পদ

১/ চৰকাৰৰ নিৰ্দেশনা মানি চলি অসম আৰক্ষীৰ 1052 টা কনিষ্টবল (UB) & 663 টা কনিষ্টবল (AB) পদ ১৪০০০-৭০০০০/-ৰ সৈতে গ্ৰেড পে ৫৬০০/- টকা আৰু অন্যান্য ভাট্টা, স্কেলত পূৰণৰ বাবে অনলাইন আবেদন আহ্বান কৰা হৈছে।
২/ বৰ্তমান খালী পদৰ সংখ্যা আংশিক প্ৰকৃতিৰ আৰু চৰকাৰৰ চূড়ান্ত বিবেচনাৰ অধীনত।
৩/ ১৬-১২-২০২৫ ৰ পৰা ১৬-০১-২০২৬লৈ কাৰ্যকৰী হোৱাকৈ অনলাইন আবেদন গ্ৰহণ কৰা হ’ব।
✅Full Advertisement:-https://slprbassam.in/pdf/Notice2025/05122025/Advertisement-Constable-(AB-UB).pdf

03/12/2025

Big Breaking news😍😍
Assam police 5000 New Vacancy 😍😍😍 Officially Notification release 5 December 2025 🚓🚓🚓🚨🚨🚨

02/12/2025

যিহেতু অসম আৰক্ষীৰ ৫,৮১৮ পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব অহা ৩ ডিচেম্বৰ তাৰিখে আৰু তাৰ‌ কাৰণে মামাই পিন্ধি যাবলৈ দিয়া ইউনিফৰ্ম যোৰ মই আজি আগতিয়াকৈ এবাৰ পিন্ধি চালোঁ guys 🥰 সকলোকে লগ পাম অহা ৩ ডিচেম্বৰ তাৰিখে 📍 অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প, সৰু‌সজাই, গুৱাহাটী

Want your school to be the top-listed School/college in Pathsala?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Address


Pathsala