13/05/2026
“হাৰি যোৱাটো শেষ নহয়… সেয়া নতুন আৰম্ভণিৰ প্ৰথম পদক্ষেপ। 💫
জীৱনত কেতিয়াবা আমি ভাঙি যাওঁ, কিন্তু সেই ভাঙনেই আমাক শক্তিশালী কৰে। 🌱
নিজক বিশ্বাস কৰক, সময়ে সকলো সলনি কৰিব। ⚡
👉 “Jibonor Gyan” ৰ সৈতে থাকক সদায় positive চিন্তাৰ লগত।”