06/06/2026
#নামভৰ্তি #চলি #আছে
#বজালী #সৃষ্টি #বিকাশ #সাংস্কৃতিক #মহাবিদ্যালয়, #পাটাছাৰকুছি ।।
#কুশল #ডেকা একেৰাহে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সত্ৰীয়া নৃত্য শিল্পী, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰীয়া নৃত্য শিল্পী, ভাৰতী বিদ্যাপীঠ পুনে বিশ্ববিদ্যালয়ৰ পৰা পৰিবেশ্য কলাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী, আউনীআটি বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ। আৰু শেহতীয়াকৈ তেখেতক প্ৰসাৰ ভাৰতী দূৰদৰ্শন কেন্দ্ৰ, #নতুন #দিল্লীয়ে বি-হাই গ্ৰেড #শিল্পী #হিচাপে #স্বীকৃতি #প্ৰদান #কৰিছে।।
🙏🙏🙏