Gurukul Guidance Center, Patacharkuchi

Gurukul Guidance Center, Patacharkuchi Gurukul Guidance Center is an emerging learning academy for school and college students at Patacharkuchi, Assam.

We have designed comprehensive classroom programmes which prepare aspirants holistically for APSC, SSC, Bank and other State level exams.

22/05/2023

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা,উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।
যিসকল শিক্ষাৰ্থীয়ে আশাকৰা ধৰনে ফল নাপালে, তেওঁলোকে হতাশ নহৈ আগন্তুক সময়ত অধিক অধ্যয়ন আৰু অধ্যৱসায়ৰে সফলতা বুটলি লওক তাৰেই কামনা কৰিলোঁ ।

20/02/2023

Wish you all the best for the H.S. Final examination. Put your best efforts into making it happen!

13/01/2023
07/01/2023

With Gurukul Guidance Center, Patacharkuchi

Sir, congratulations on your appointment as the chairman of Assam Public Service Commission ( ).We wish you a successful...
19/08/2022

Sir, congratulations on your appointment as the chairman of Assam Public Service Commission ( ).
We wish you a successful period in this position.

14/08/2022
27/06/2022

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ সকলো শিক্ষাৰ্থীলৈ গুৰুকুল গাইডেনচ চেন্টাৰৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ ।

Kindly contact 9707471365 / 7086576670 for admission related queries.
05/05/2022

Kindly contact 9707471365 / 7086576670 for admission related queries.

সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো। এই নতুন বহাগে সকলোলৈ কঢ়িয়াই আনক- সুখ, শান্তি আৰু সমৃদ্ধি ।     ...
16/04/2022

সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো। এই নতুন বহাগে সকলোলৈ কঢ়িয়াই আনক- সুখ, শান্তি আৰু সমৃদ্ধি ।
- গুৰুকুল গাইডেনচ্ চেণ্টাৰ

14/03/2022

2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হব লগীয়া সমূহ ছাত্ৰ ছাত্ৰীক গুৰুকুল গাইডেনচ চেন্টাৰৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন লগতে শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🙏

23/02/2022

নমস্কাৰ 🙏

আমি এতিয়াৰে পৰা আমাৰ গুৰুকুল চেন্টাৰত কেৰিয়াৰ কাউন্সিল আৰু ভাৰতৰ বা ভাৰতৰ বাহিৰৰ বহুতো দেশত প্ৰাইভেট অনুষ্ঠানত মেডিকেল, ইঞ্জিনিয়াৰিং বা অন্যান্য যিকোনো বিভাগত এডমিচন কৰা কাম আৰম্ভ কৰিছো।
যদি কোনো ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পিছত উচ্চ শিক্ষাৰ বাবে গাইডেনচ বিছাৰিছে বা এডমিচন কৰাব‌ বিচাৰি আছে আমাৰ লগত যোগাযোগ কৰিব পাৰে।
পোষ্টটো চেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ |

Happy Teacher’s Day!
05/09/2021

Happy Teacher’s Day!

Address

Assam Gramin Vikash Bank Building, 2nd Floor
Patacharkuchi
781326

Telephone

+919707471365

Website

Alerts

Be the first to know and let us send you an email when Gurukul Guidance Center, Patacharkuchi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Gurukul Guidance Center, Patacharkuchi:

Shortcuts

Share

Category