23/04/2026
২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিদ্যালয়ৰ দুগৰাকী প্ৰাক্তন ছাত্ৰী। তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। ভাল মানুহ হৈ নিজৰ ভৰিত নিজে থিয় হোৱা, নিজৰ লক্ষ্যত উপনীত হোৱা আমাৰ আশীৰ্বাদ সদায় তোমালোকৰ লগত আছে। 👏👏👏