25/05/2026
পিএম শ্ৰী ৪৭৪ নং বছাগাঁও বালক প্ৰাথমিক বিদ্যালয়ত আজি জল সংৰক্ষণৰ ওপৰত এটি সজাগতামূলক ৰেলীৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়।এই কাৰ্যসূচীত বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
বিষয়:-" আজিৰ সজাগতা, আগন্তুক প্ৰজন্মৰ নিৰাপত্তা।” 💧