GYANJYOTI ACADEMY

GYANJYOTI ACADEMY It was established in 2007. Class IX, X are under SEBA and XI, XII are under AHSEC.

Gyanjyoti Academy is a top ranked ASSAMESE medium private school located in Narayanpur, Lakhimpur, Assam providing education from elementary to senior secondary level.

23/06/2026
23/06/2026

ৰাভাৰ আভাৰে উদ্ভাসিত সেই সময়... সেই দিন।
২০জুন

23/06/2026

যোৱা ২০জুন তাৰিখে বিদ্যালয়ত বিশ্ববৰেণ্য শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়।

আজিৰ পুৱাৰ প্ৰাৰ্থনা সভা। আজিৰ প্ৰাৰ্থনা সভাত উপস্থিত আছিল গহপুৰ কলাবাৰীৰ অতি মেধাবী তথা বৰ্তমান "জ্যোতিৰ্পদাৰ্থ বিজ্ঞান...
20/05/2026

আজিৰ পুৱাৰ প্ৰাৰ্থনা সভা। আজিৰ প্ৰাৰ্থনা সভাত উপস্থিত আছিল গহপুৰ কলাবাৰীৰ অতি মেধাবী তথা বৰ্তমান "জ্যোতিৰ্পদাৰ্থ বিজ্ঞান"(Astrophysics)ত IIT,Tirupati ত গৱেষণাৰত ছাত্ৰ শ্ৰী ব্ৰেঞ্জিত হাজৰিকা। আমাৰ বিদ্যালয়লৈ আহি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কিছু মত বিনিময় কৰি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ বাবে তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

অভিনন্দন ডা: দেৱজিত, সকলোকে জনাবলৈ পাই আমি জ্ঞানজ্যোতি পৰিয়াল অতি সুখী হৈছো যে আমাৰ প্ৰাক্তন ছাত্ৰ শ্ৰী দেৱজিত বৰাই লক্...
06/05/2026

অভিনন্দন ডা: দেৱজিত, সকলোকে জনাবলৈ পাই আমি জ্ঞানজ্যোতি পৰিয়াল অতি সুখী হৈছো যে আমাৰ প্ৰাক্তন ছাত্ৰ শ্ৰী দেৱজিত বৰাই লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ লগতে সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।

দেৱজিতলৈ বহুত বহুত মৰম আৰু শুভকামনা,আশা কৰো অনাগত দিনত তেওঁ কৰ্মৰ যোগেদি সফলতা আহৰণ কৰিব।
Debajit Borah

অভিনন্দন ডা: উদ্দীপ্ত, সকলোকে জনাবলৈ পাই আমি জ্ঞানজ্যোতি পৰিয়াল অতি সুখী হৈছো যে আমাৰ প্ৰাক্তন ছাত্ৰ শ্ৰী উদ্দীপ্ত বৰাই...
05/05/2026

অভিনন্দন ডা: উদ্দীপ্ত, সকলোকে জনাবলৈ পাই আমি জ্ঞানজ্যোতি পৰিয়াল অতি সুখী হৈছো যে আমাৰ প্ৰাক্তন ছাত্ৰ শ্ৰী উদ্দীপ্ত বৰাই অসম চিকিৎসা মহাবিদ্যালয়,ডিব্ৰুগড়ৰ পৰা চিকিৎসা বিজ্ঞানৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ লগতে সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।

উদ্দীপ্তলৈ বহুত বহুত মৰম আৰু শুভকামনা,আশা কৰো অনাগত দিনত তেওঁ কৰ্মৰ যোগেদি সফলতা আহৰণ কৰিব।

28/04/2026

📌১০০% উত্তীৰ্ণ হাৰেৰে উজলিল নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমী

Address

Gyanjyoti Academy
North Lakhimpur
784164

Telephone

+919957354291

Website

Alerts

Be the first to know and let us send you an email when GYANJYOTI ACADEMY posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category