DIET, Lakhimpur, Azad

DIET, Lakhimpur, Azad Teacher training Institution of Lakhimpur District. Courses 2yrs D.EL.ED and B.Ed. regular .

The End Evaluation of D.El.Ed. Second and Fourth semesters has started today.
20/08/2026

The End Evaluation of D.El.Ed. Second and Fourth semesters has started today.

Spot Counselling Notice for B.Ed. 1st Semester for the session 2026 - 2028.
20/08/2026

Spot Counselling Notice for B.Ed. 1st Semester for the session 2026 - 2028.

GUNOTSAV - 2027The Government of Assam has decided to conduct Gunotsav-2027 (7th Round) from January 6th/2027 to Februar...
19/08/2026

GUNOTSAV - 2027

The Government of Assam has decided to conduct Gunotsav-2027 (7th Round) from January 6th/2027 to February 5th/2027.

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান লখিমপুৰৰ পৰা বিগত সময়চোৱাত সুখ্যাতিৰে ডি. এল. এড. পাঠক্ৰম সমাপ্ত কৰা ৬ জনকৈ প্ৰশিক্...
18/08/2026

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান লখিমপুৰৰ পৰা বিগত সময়চোৱাত সুখ্যাতিৰে ডি. এল. এড. পাঠক্ৰম সমাপ্ত কৰা ৬ জনকৈ প্ৰশিক্ষাৰ্থীয়ে সদ্য ঘোষিত IGNOU ৰ দুবছৰীয়া B.ED. পাঠ্যক্ৰমত গুৱাহাটী ক্ষেত্ৰীয় কেন্দ্ৰ আৰু যোৰহাট ক্ষেত্ৰীয় কেন্দ্ৰত নামভৰ্তি কৰিবলৈ সক্ষম হৈছে। বিগত বৰ্ষতো প্ৰতিষ্ঠানখনৰ এজন প্ৰাক্তন প্ৰশিক্ষাৰ্থীয়ে উক্ত পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ সক্ষম হৈছিল। সকলোকে ডায়েট লখিমপুৰৰ তৰফৰ পৰা শুভেচ্ছা জনালো।

The counseling and admission process for the 2-Year D.El.Ed. course (Session 2026–2028) under SCERT, Assam held at DIET ...
18/08/2026

The counseling and admission process for the 2-Year D.El.Ed. course (Session 2026–2028) under SCERT, Assam held at DIET Lakhimpur against 100 nos of seats.

৮০ সংখ্যক স্বাধীনতা দিৱসৰ লগত সঙ্গতি ৰাখি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান লখিমপুৰৰ চৌহদত জাক-জমকতাৰে  স্বাধীনতা দিৱ...
17/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱসৰ লগত সঙ্গতি ৰাখি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান লখিমপুৰৰ চৌহদত জাক-জমকতাৰে স্বাধীনতা দিৱস পালন কৰা হয়। প্ৰতিষ্ঠানখনৰ জ্যেষ্ঠ প্ৰবক্তা, প্ৰবক্তা, কৰ্মচাৰীবৃন্দ আৰু বি. এড. আৰু ডি.এল.এড. প্ৰশিক্ষাৰ্থীসকলৰ উপস্থিতিত অধ্যক্ষ মৃনাল কুমাৰ শৰ্মা বৰুৱাই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। প্ৰশিক্ষাৰ্থীসকলে গীত আৰু নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটো উপভোগ্য কৰি তোলে।

17/08/2026

Simpi Dutta, D.El.Ed. II Semester recited a poem to honour her seniors in the eve of Farewell Programme of D.El.Ed. IV Semester.

যোৱা ইংৰাজী ১১/০৮/২০২৬ তাৰিখে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান লখিমপুৰত ডি.এল.এড. পাঠ্যক্ৰমৰ ২০২৪-২০২৬ বৰ্ষৰ চতুৰ্থ ...
17/08/2026

যোৱা ইংৰাজী ১১/০৮/২০২৬ তাৰিখে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান লখিমপুৰত ডি.এল.এড. পাঠ্যক্ৰমৰ ২০২৪-২০২৬ বৰ্ষৰ চতুৰ্থ ষান্মাসিকৰ প্ৰশিক্ষাৰ্থীসকলক ডি.এল.এড দ্বিতীয় ষান্মাসিকৰ প্ৰশিক্ষাৰ্থীসকলে বিদায় সম্বৰ্ধনা জনায়।

Induction Programme of B.Ed Course for the session 2026-2028 held at DIET Lakhimpur. The programme was Chaired by Mrinal...
10/08/2026

Induction Programme of B.Ed Course for the session 2026-2028 held at DIET Lakhimpur. The programme was Chaired by Mrinal Kr. Sarma Baruah, Principal, DIET, Lakhimpur.

যোৱা ০৮/০৮/২০২৬ তাৰিখে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান লখিমপুৰৰ পৰা জ্যেষ্ঠ প্ৰবক্তা ড° তনুজ টায়েংৰ নেতৃত্বত এটা সজ...
10/08/2026

যোৱা ০৮/০৮/২০২৬ তাৰিখে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান লখিমপুৰৰ পৰা জ্যেষ্ঠ প্ৰবক্তা ড° তনুজ টায়েংৰ নেতৃত্বত এটা সজাঁতি দলে শিৱসাগৰ জিলাৰ চন্টক বাগান প্ৰাথমিক বিদ্যালয়ৰ সমূহ ছাত্ৰ - ছাত্ৰী আৰু বিদ্যালয়ৰ কাষৰীয়া কিছু অঞ্চলৰ ছাত্ৰ - ছাত্ৰীক বহী, কলম, পেঞ্চিল আদিৰ লগতে কিছু সংখ্যকক সাজপাৰ প্ৰদান কৰা হয়।

Address

North Lakhimpur

Opening Hours

10am - 5pm

Alerts

Be the first to know and let us send you an email when DIET, Lakhimpur, Azad posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to DIET, Lakhimpur, Azad:

Shortcuts

Share

Category