04/09/2025
আজি ইংৰাজী 04/09/2025 তাৰিখে বিদ্যালয়ত কেৰিয়াৰ গাইডেন্স ওপৰত নৱম আৰু দশম মান শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰী সকলকলৈ এটি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ছাত্ৰ -ছাত্ৰী সকলক পৰামৰ্শ দিবলৈ সমল ব্যক্তি হিচাপে উপস্থিত থাকে এল টি কে মহাবিদ্যালয় ৰসায়ন বিভাগৰ মুৰব্বী অধ্যাপক ড০ দেৱজিৎ দত্ত ছাৰ । তেখেতে আগবহুৱা বহুমূলীয়া বক্তব্যৰ বাবে বিদ্যালয় তৰফৰ পৰা ধন্যবাদ ও শলাগৰ শৰাই যাচিছো।