L.T.K College, Azad

L.T.K College, Azad L.T.K College is a Pioneer Education Institute in North Lakhimpur,Assam. It has been Providing Quality education in the Azad area of North Lakhimpur, Assam

যোৱা ইৰাজী 22 আগষ্ট তাৰিখ শণিবাৰে লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা (২০২৫-২৬) উদ্যোগত নৱাগত আদৰণি সভা...
24/08/2026

যোৱা ইৰাজী 22 আগষ্ট তাৰিখ শণিবাৰে লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা (২০২৫-২৬) উদ্যোগত নৱাগত আদৰণি সভা আৰু প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা “কুমৰ হৰণ হৰি হৰ যুদ্ধ” নাটৰ কিছু দৃশ্যপট ।

লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ইংৰাজী ২২ আগষ্ট তাৰিখে  নৱাগত আদৰণি সভা অ...
22/08/2026

লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ইংৰাজী ২২ আগষ্ট তাৰিখে নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। উক্ত সভাখনিত সভাপতিত্ব কৰে অধ্যক্ষ ড° বুবুল কুমাৰ শইকীয়াই । আমন্ত্ৰণি অতিথি হিচাপে উপস্থিত থাকে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° অমিয়া ৰাজবংশী, নাওবৈচা সমষ্টিৰ বিধায়ক ডা° জয়প্ৰকাশ দাস, গ্ৰামানুভুতিৰ স্বত্বাধিকাৰী তথা পৰ্যটন কৰ্মী দিকপল লাহন, শিক্ষাবিদ ৰঞ্জিত ভট্ট ডাঙৰীয়া ।
মহাবিদ্যালয়ৰ সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত মহাবিদ্যালয়ৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা তথা আৰ্থিক পুৰষ্কাৰ প্ৰদান কৰা হয় ।
সাধাৰণ সভাৰ পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয় । সন্ধিয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে “কুমৰ হৰণ হৰি-হৰ যুদ্ধ” শীৰ্ষক মহাপুৰুষীয়া নাট পৰিৱেশন কৰে ।

22/08/2026

নমস্কাৰ,
ল.তে.ক মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ আৰু ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখনি মহাপুৰুষীয়া নাট "*কুমৰ হৰণ হৰি হৰ যুদ্ধ*" নাট উপস্থাপন ।

আজিৰে পৰা দুদিনীয়াকৈ মহাবিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচনৰ মূহুৰ্তত।বন্তিপ্ৰজ্বলন কৰে মহাবিদ্যালয়...
21/08/2026

আজিৰে পৰা দুদিনীয়াকৈ মহাবিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচনৰ মূহুৰ্তত।
বন্তিপ্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুবুল কুমাৰ শইকীয়াই সহযোগ কৰে উপাধ্যক্ষা ড° স্বপ্না দত্তই, দ্বাৰ উন্মোচন কৰে মহাবিদ্যালয়ৰ জেষ্ঠ অধ্যাপিকা চম্পা তামুলী মহোদয়ে।

আজিৰে পৰা দুদিনীয়াকৈ ( ২১ আৰু ২২ আগষ্ট) মহাবিদ্যালয়ৰ বাকৰিত গ্ৰন্থমেলা আয়োজন কৰা হৈছে,সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালো
21/08/2026

আজিৰে পৰা দুদিনীয়াকৈ ( ২১ আৰু ২২ আগষ্ট) মহাবিদ্যালয়ৰ বাকৰিত গ্ৰন্থমেলা আয়োজন কৰা হৈছে,
সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালো

Reminder All the interested participants are requested to submit their abstracts and full papers as soon as possible, as...
18/08/2026

Reminder
All the interested participants are requested to submit their abstracts and full papers as soon as possible, as the deadline is approaching.

Happy Independence Day to all 🇮🇳
15/08/2026

Happy Independence Day to all 🇮🇳

Advertisement for recruitment of faculty in Physics department (ITEP). Interested candidates are invited for the same.
13/08/2026

Advertisement for recruitment of faculty in Physics department (ITEP). Interested candidates are invited for the same.

The L.T.K. College fraternity expresses its deepest condolences on the sad demise of Late Ratul Dutta, Associate Profess...
12/08/2026

The L.T.K. College fraternity expresses its deepest condolences on the sad demise of Late Ratul Dutta, Associate Professor, Nowboicha College.

Our heartfelt prayers and deepest sympathies are with his bereaved family members during this difficult time. May the departed soul rest in eternal peace. 🙏🕊️

Address

Azad
North Lakhimpur
787031

Alerts

Be the first to know and let us send you an email when L.T.K College, Azad posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to L.T.K College, Azad:

Shortcuts

Share

Category