07/06/2022
বালিটিকা হাই মাদ্রাছাৰ পৰা 2022 বৰ্ষত ''অসম হাই মাদ্রাছা '' পৰাক্ষাত অৱতীৰ্ণ হোৱা 121 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 111 গৰাকী উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় |
ইয়াৰে ১গৰাকী ডিষ্টিংচন, ৩ গৰাকী ষ্টাৰ, ২১ গৰাকী ১ম বিভাগ, ৬৭ গৰাকী ২য় বিভাগ আৰু ১৯ গৰাকী ৩য় বিভাগত উত্তীৰ্ণ হয় | উত্তীৰ্ণৰ হাৰ ৯২%
সকলোৱে আশীৰ্বাদ কৰিব |