05/09/2024
জ্ঞানৰ শলিতা জ্বলাই ছাত্ৰ ছাত্ৰী জীৱন পোহৰাই সামাজিক দায়িত্ববোধ , নিকা চৰিত্ৰ ভাৱমূৰ্তিৰে জীৱনৰ আগবাঢ়িবলৈ শিক্ষা প্ৰদান কৰা সমূহ শিক্ষা গুৰুক পবিত্ৰ শিক্ষক দিৱসৰ শুভ ক্ষণত গভীৰ শ্ৰদ্ধা , ভক্তিৰে প্ৰণিপাত জনাইছোঁ ।