Kitab Wa Sunnah

Kitab Wa Sunnah TUTOR

17/05/2024

বহু চৰ্চিত বিষয় আমাৰ নবিজী কেতিয়াৰ পৰা নবি হৈছিল৷ অহাবী সাৱধান ইমান হাৰা হৈ যাবা।
শ্বেয়াৰ কৰিব।

12/05/2024

এষাৰ মুল্যবান কথা।
--------+--------
যিজনক আপুনি সাতুৰিব শিকাইছে সেই জনেই আপুনাক ডুবাব। যিজনক আপুনি বিপদত সহায় কৰিছিল সেই জনৰ পৰা লাত" খাবলৈ প্ৰস্তুত থাকক।

09/05/2024

যাদেৰ কোৰআন চুন্নাৰ জ্ঞান নাই তাৰাই বলে আমাদের নবিজী চল্লিশ বছর বয়সে নবি হয়েছেন। তিৰমিজী শ্বৰিফে ছহী ছনদে উল্লেখ ৰয়েছেন নবিজী বলেন আমি তখনি নবিছিলাম যখন আদম মাটি এবং পানিৰ মাজে ছিলেন। (৩৬০৯) হাদীস

01/05/2024

যিজন ব্যক্তিয়ে আজান হৈ থকা অৱস্থাত হাঁহি থাকিব, কথা পাতি থাকিব তেওৰ মৃত্যুৰ সময়ত কলিমা নছীব নহব। (আল হাদিছ)
ভাল কথা শ্বেয়াৰ কৰিলে ছোৱাব হয়।

22/04/2024

আপোনি যদি নিজৰ সমাজখনৰ উন্নতিৰ হকে কাম কৰি আছে, তেনেতে এতি শিঘ্ৰেই সমাজৰ পৰা এঘৰীয়া হৈ যাব। আৰু যদি কোনো অনুষ্ঠানৰ উন্নয়ন বিচাৰিছে তেনেতে আপোনাৰ উপাধি হব চোৰ। এয়াই বাস্তব।

20/04/2024

সন্মানৰ দুটা হালাল শুকান ৰুটি বহুত ভাল
বেইজ্জতিৰ হাৰাম কুৰ্মা পোলাওতকে । এটা খোৱাৰ পিছত অন্তৰত নুৰ সৃষ্টি হয়। আনটোৰ জৰিয়তে শ্বয়তানী স্বভাব সৃষ্টি হয়।

19/04/2024

১/ মানুহক ৰাজী কৰা এৰি দিয়া শুদ্ধ কথা কব' পাৰিবা ২/ ফাছিকীনৰ লগ এৰা আল্লাহ ওৱালাৰ সন্ধান পাবা ৩/ দুনিয়াৰ মজা এৰি দিয়া আখেৰাতৰ মজা পাবা। (ইমাম আহমদ ইবনে হৰব্।)
سير اعلام النبلاء

19/04/2024

এক মহা পাগলে যথেষ্ট মানুহক পগলা বনোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। চিন্তনীয় বিষয়টো হল তেজপুৰৰ মেন্টেল খানাত চিট আছে নে নাই কোনোবাই জনালে সুখী হম।

19/04/2024

পৃথিবীত আটাইতকৈ ডাঙৰ নিশা হৈছে মযহবৰ নিশা। বাতিল বোৰক যিমান কোৰআন চুন্নাৰ দলিল দিয়ক তাৰ মযহবৰ নিশা ভঙ্গাব নোৱাৰে।
এছ, আলম উঃলঃপুৰ

18/04/2024

IS PAIGE KO ZOROR FOLLOW KORE
THANK YOU❤❤❤🌹🌹🌹🌹🌹🌹🌹🌹🌹

18/04/2024

বন্ধুবৰ মই নতুন কিবা এটা কৰিব' গৈ আছো। আপোনালোকে মোৰ নতুন ফেচবুক পেইজ KITAB WA SUNNAH ফলৌ কৰি সহায় কৰক। ধন্যবাদ

17/04/2024

সৰু সৰু কিছুমান ভুলৰ কাৰনে মধুৰ সমন্ধবোৰ ভাঙ্গি চুৰমাৰ হৈ যায়।গতিকে এজনৰ ভুল হলেও আনজনে ক্ষমাৰ দৃষ্টিৰে চাই সমন্ধবোৰ ঠিক ৰাখিব লাগে।
আপোনালোকৰ মতামত 👈

Address

North Lakhimpur
787051

Opening Hours

9am - 5pm

Telephone

+916001196237

Website

Alerts

Be the first to know and let us send you an email when Kitab Wa Sunnah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Kitab Wa Sunnah:

Shortcuts

Share

Category