11/04/2026
হাইস্কুল শিক্ষান্ত পৰীক্ষা'২০২৬ ৰ কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল:
অৱতীৰ্ণ মুঠ ছাত্ৰ-ছাত্ৰী : 43
উত্তীৰ্ণ: 43
উত্তীৰ্ণৰ শতাংশ: 100%
ষ্টাৰ: 3
প্ৰথম বিভাগ : 25
দ্বিতীয় বিভাগ : 17
তৃতীয় বিভাগ : 1
বিভিন্ন বিষয়ত লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা:21
সকলো ছাত্ৰ-ছাত্ৰীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।