09/08/2026
Nakshatra Theatre Academy-ৰ Cinematic Acting Workshop-ৰ ৩ গৰাকী শিক্ষাৰ্থীক এটা Official Music Video-ত কাম কৰাৰ সুযোগ প্ৰদান কৰা হৈছে। ❤️
🎭 Prangana Dutta — Assistant Director
🎬 Ujashri Khanikar — Lead Actress
✨ Karishma — Co-Actress
🎤 Singer: Pradeep Gowala
🎬 Direction: Himangshu Neog
📹 Cinematography: Priyam J. Koch
ইতিমধ্যে দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে। 🎥
এয়া তেওঁলোকৰ বাবে Professional Cine World-লৈ আগবঢ়াৰ প্ৰথম খোজ।
NTA-ৰ পৰা নতুন প্ৰতিভাৰ বাবে নতুন সুযোগ… 🌟