JATRA Study Centre

JATRA Study Centre Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from JATRA Study Centre, Education Website, Near NH15, North Lakhimpur.

1st foundation day celebration.
21/04/2025

1st foundation day celebration.

সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ।
15/04/2025

সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ।

Result
08/04/2025

Result

প্ৰতিযোগিতাৰ ফলাফল।
08/04/2025

প্ৰতিযোগিতাৰ ফলাফল।

02/04/2025

April Fools' Day is an annual custom on 1 April consisting of practical jokes and hoaxes. Jokesters often expose their a...
31/03/2025

April Fools' Day is an annual custom on 1 April consisting of practical jokes and hoaxes. Jokesters often expose their actions by shouting "April Fools!" at the recipient. Mass media can be involved with these pranks, which may be revealed as such the following day. The custom of setting aside a day for playing harmless pranks upon one's neighbour has been relatively common in the world historically.

Eid Mubarak to all the brothers and sisters of Islam. Eid al-Fitr, celebrated after the Ramadan fasting period, is one o...
31/03/2025

Eid Mubarak to all the brothers and sisters of Islam.

Eid al-Fitr, celebrated after the Ramadan fasting period, is one of Islam's most significant festivals. It involves prayers, appreciation to Allah, sharing meals, and acts of charity. The celebration date depends on moon sightings and varies by region.

**এয়া প্ৰায় এটা বছৰ|||এয়া প্ৰায় এটা বছৰ অতিক্ৰম কৰিলোচোন আমি, আমি মানে এয়া আমাৰ যাত্ৰা অধ্যয়ন কেন্দ্র, এয়া আমাৰ য...
25/03/2025

**এয়া প্ৰায় এটা বছৰ|||

এয়া প্ৰায় এটা বছৰ অতিক্ৰম কৰিলোচোন আমি, আমি মানে এয়া আমাৰ যাত্ৰা অধ্যয়ন কেন্দ্র, এয়া আমাৰ যাত্ৰা, এটা বছৰত আমি শতক ছাত্র-ছাত্ৰী, ১০ গৰাকী শিক্ষকৰ আমি এটি পৰিয়াল। এয়া জীৱন যুদ্ধৰ পৰিয়াল নহ'য়নে??
ঘাত-প্ৰতিঘাতনো ক'ত দেখা নাযায়! আমিও দেখিলো, প্ৰতি মাহে, প্ৰতি দিনে...দেখিলো। কিন্তু থমকি ৰম জানো ইমানতে??
সমাজে ভাল কামৰ শলাগ ল'য়, আমাকো সমাজে শলাগিছে। আমি কৰিছো, আমি পাৰিছো, আমি এই যি অধ্যয়নৰ যাত্ৰা, এই যাত্ৰা আমি আগুৱাই লৈ যাবলৈ সহৃদয়ে, সাহেসেৰে আৰু আত্মপ্ৰেৰণাৰে চেষ্টা কৰিছো।

সেই চেষ্টাৰ ফলস্বৰূপে, অহা ইং- ০৬ এপ্ৰিল, ২০২৫ অৰ্থাৎ ৰবিবাৰে "যাত্ৰা অধ্যয়ন কেন্দ্র"ৰ এটা বৰ্ষ অতিক্রম কৰাৰ উপলক্ষে প্ৰাইজমানি চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। সকলো ছাত্র-ছাত্ৰীকে এই প্ৰতিযোগিতাত অংশগ্রহণ কৰিবৰ বাবে নিমন্ত্রণ জনালো।

Saraswati Puja  #2025
03/02/2025

Saraswati Puja #2025

Address

Near NH15
North Lakhimpur
787032

Website

Alerts

Be the first to know and let us send you an email when JATRA Study Centre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share