শিলিখাগুৰি বড়ি গাওঁ প্ৰাথমিক বিদ্যালয়

  • Home
  • India
  • North Lakhimpur
  • শিলিখাগুৰি বড়ি গাওঁ প্ৰাথমিক বিদ্যালয়

শিলিখাগুৰি বড়ি গাওঁ প্ৰাথমিক বিদ্যালয় District:- Lakhimpur
Education Block:- Narayanpur
Cluster:- Narayanpur Ext-2

01/04/2025
তৃতীয় বাৰৰ বাবে আমাৰ বিদ্যালয়ে গুণোৎসৱত A+ পাবলৈ সক্ষম হয়।
27/03/2025

তৃতীয় বাৰৰ বাবে আমাৰ বিদ্যালয়ে গুণোৎসৱত A+ পাবলৈ সক্ষম হয়।

আজি বিদ্যালয়ত সৰস্বতী পূজা উদযাপন কৰাৰ কিছু আলোকচিত্ৰ 🙏
03/02/2025

আজি বিদ্যালয়ত সৰস্বতী পূজা উদযাপন কৰাৰ কিছু আলোকচিত্ৰ 🙏

আজি বিদ্যালয়ৰ গুণোৎসৱৰ বহিঃমূল্যায়ক হিচাপে উপস্হিত থাকে বিহালী ডিগ্ৰী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক শ্ৰীযুত ৰাজীৱ মহন্ত...
09/01/2025

আজি বিদ্যালয়ৰ গুণোৎসৱৰ বহিঃমূল্যায়ক হিচাপে উপস্হিত থাকে বিহালী ডিগ্ৰী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক শ্ৰীযুত ৰাজীৱ মহন্তদেৱ । তেখেতৰ তত্ত্বাৱধানত বহিঃমূল্যায়নৰ দিনটো সুকলমে পাৰ হয় । তাৰে কিছু আলোচিত্ৰ ।

নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ NSS গোটৰ উদ্যোগত ২৪ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈকে সাতদিনীয়া কাৰ্যসূচীৰে তেঁওলোকৰ কায্...
29/04/2024

নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ NSS গোটৰ উদ্যোগত ২৪ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈকে সাতদিনীয়া
কাৰ্যসূচীৰে তেঁওলোকৰ কায্যক্ৰমণিকাৰসুমূহ ৰূপায়ন কৰাৰ অৰ্থে আমাৰ বিদ্যালয়খনিক আৱাসিক শিবিৰ হিচাপে নিৰ্বাচন কৰি তেঁওলোকৰ ছাত্ৰ ছাত্ৰীসকলে তথা স্বেচ্ছাসেৱকলে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে। সেই অনুসৰি আজি আমাৰ বিদ্যালয়ত বিনামূলীয়া চিকিৎসা সেৱা অনুস্থিত কৰে । এই সাতদিনত নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ NSS গোটৰ স্বেচ্ছাসেৱকসকলে আমাৰ বিদ্যালয়খনিক বিভিন্নধৰণে সহায় - সহযোগিতা কৰাৰ বাবে বিদ্যালয়ৰ তৰফৰ তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ . 🙏🙏

বিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি আৰু চৰকাৰে প্ৰদান কৰা ঐক্যসাঁজসমূহ বিতৰণ কৰাৰ আলোকচিত্ৰ...
28/03/2024

বিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি আৰু চৰকাৰে প্ৰদান কৰা ঐক্যসাঁজসমূহ বিতৰণ কৰাৰ আলোকচিত্ৰ...

আমাৰ বিদ্যালয়ত ২০২৪-২০২৫ শৈক্ষিক বৰ্ষৰ বাবে বিনামূলীয়া নামভৰ্ত্তিকৰণ চলি আছে । "আহক আপোনালোক আমাৰ বিদ্যালয়ত আপোনাৰ শি...
21/03/2024

আমাৰ বিদ্যালয়ত ২০২৪-২০২৫ শৈক্ষিক বৰ্ষৰ বাবে বিনামূলীয়া নামভৰ্ত্তিকৰণ চলি আছে ।
"আহক আপোনালোক আমাৰ বিদ্যালয়ত আপোনাৰ শিশুটি নামভৰ্ত্তি কৰি বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা গ্ৰহণ কৰা ক্ষেত্রত সুযোগ প্ৰদান কৰক "

একেৰাহে দ্বিতীয়বাৰৰ বাবে আমাৰ বিদ্যালয়ে গুনোৎসৱত A+ পাবলৈ সক্ষম হৈছোঁ 😊🙏
14/03/2024

একেৰাহে দ্বিতীয়বাৰৰ বাবে আমাৰ বিদ্যালয়ে গুনোৎসৱত A+ পাবলৈ সক্ষম হৈছোঁ 😊🙏

বিদ্যালয়ত অনুষ্ঠিত কৰা সৰস্বতী পূজাৰ কিছু আলোকচিত্ৰ
14/02/2024

বিদ্যালয়ত অনুষ্ঠিত কৰা সৰস্বতী পূজাৰ কিছু আলোকচিত্ৰ

বিদ্যালয়ত হৈ যোৱা গুণোৎসৱৰ কিছু আলোচিত্ৰ
06/01/2024

বিদ্যালয়ত হৈ যোৱা গুণোৎসৱৰ কিছু আলোচিত্ৰ

Address

Vill/Satborbori P. O: Meramukh
North Lakhimpur
784164

Opening Hours

Monday 9am - 2pm
Tuesday 9am - 2pm
Wednesday 9am - 2pm
Thursday 9am - 2pm
Friday 9am - 2pm
Saturday 9am - 1pm

Website

Alerts

Be the first to know and let us send you an email when শিলিখাগুৰি বড়ি গাওঁ প্ৰাথমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to শিলিখাগুৰি বড়ি গাওঁ প্ৰাথমিক বিদ্যালয়:

Shortcuts

Share

Category