Sankardev Shishu Vidya Niketan , Simaluguri, Lakhimpur ,Assam

Sankardev Shishu Vidya Niketan , Simaluguri, Lakhimpur ,Assam the school is situated near Assam arunachal Pradesh border area simaluguri

অহা ১৮/০১/২০২৫ তাৰিখে প্ৰাক্তন শিক্ষাৰ্থী পুনমিৰ্লন সভা অনুষ্ঠিত কৰা হ'ব। সেই সভাৰ প্ৰস্তুতিৰ বাবে আজি শংকৰদেৱ শিশু বিদ্...
25/12/2024

অহা ১৮/০১/২০২৫ তাৰিখে প্ৰাক্তন শিক্ষাৰ্থী পুনমিৰ্লন সভা অনুষ্ঠিত কৰা হ'ব। সেই সভাৰ প্ৰস্তুতিৰ বাবে আজি শংকৰদেৱ শিশু বিদ্যা নিকেতন, শিমলুগুৰিত উপস্থিত হোৱা নিকেতনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০১২ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক লগ পোৱা মুহূৰ্ত সংৰক্ষণ কৰিলো ।

29/02/2024
আজি শংকৰদেৱ শিশু বিদ্যা নিকেতন, শিমলুগুৰিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ অধীনত  প্ৰকল্প উপস্থাপনৰ ওপৰত এখনি কৰ্মশালা অন...
01/11/2021

আজি শংকৰদেৱ শিশু বিদ্যা নিকেতন, শিমলুগুৰিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ অধীনত প্ৰকল্প উপস্থাপনৰ ওপৰত এখনি কৰ্মশালা অনুষ্ঠিত কৰা হয়।ষষ্ঠ শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈকে প্ৰায় ৮০জন ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা সভাখনিত জিলা সমন্বয়ক যজ্ঞোৰাম বৰা ছাৰ,জিলাৰ সাংগাঠনিক সমিতিৰ সভাপতি বেনুকান্ত হাজৰিকা ,সমল ব্যক্তি মৃত্যুঞ্জয় বৰাৰ লগতে নিমুৰী উচ্চ মাধ্যমিক আৰু নিমুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষক চত্ৰধৰ চাবুকধৰা ছাৰ আৰু পদ্মেশ্বৰ কোঁৱৰ ছাৰ উপস্থিত থাকে ।বিশেষভাৱে সভাখনি আয়োজন কৰাৰ ক্ষেত্ৰত সকলো দিশতে সহায় কৰা নিকেতনৰ প্ৰধান আচাৰ্য ভবেন শৰ্মা আচাৰ্যক মাণ্ডলিক সমন্বয়ক হিচাপে মই কৃতজ্ঞতা জনালোঁ।

03/05/2021
ৰঙালী বিহু আদৰণি শোভাযাত্ৰা ।।
13/04/2021

ৰঙালী বিহু আদৰণি শোভাযাত্ৰা ।।

23/01/2021

সকলোৰে জ্ঞাত যে আমাৰ নিকেতনৰ 25 বৰ্ষ সম্পূৰ্ণ কৰাৰ সময় সমাগত । 1997 চনতে স্থাপিত আমাৰ নিকেতনৰ 2022 ত 25 বছৰ সম্পূৰ্ণ কৰিব । গতিকে সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ একান্ত সহযোগিতা আৰু ব্যক্তিগত কিছু মতামত আগবঢ়াবলৈ অনুৰোধ জনালোঁ ।।।

গৌৰৱৰ কথা ।।।
25/12/2020

গৌৰৱৰ কথা ।।।

অভিনন্দন
শংকৰদেৱ শিশু বিদ্যা নিকেতন, নাওবৈচাৰ প্ৰাক্তন আচাৰ্য
যাত্ৰা কান্ত কৰ্মকাৰে সদ্যঘেষিত _APSC পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰি নাওবৈচাবাসী লৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে নিকেতনৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হৈছে৷

নিকেতনৰ প্ৰাক্তন ছাত্ৰী Jyotshna Chutia ই অসম বুক অফ ৰেকৰ্ডছ ত স্থান দখল কৰিবলৈ সক্ষম হৈছে । তেখেতে 30 second ত 3mm×3mm ...
16/10/2020

নিকেতনৰ প্ৰাক্তন ছাত্ৰী Jyotshna Chutia ই অসম বুক অফ ৰেকৰ্ডছ ত স্থান দখল কৰিবলৈ সক্ষম হৈছে । তেখেতে 30 second ত 3mm×3mm জোখৰ flag এখন অংকন কৰি এই Records ত নিজৰ নাম খুদিত কৰিবলৈ সক্ষম হয় । তেখেতক লৈ আমি আজি গৌৰাম্বিত । তেখেতক অভিনন্দন জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।।

Congratulations to Jyotshna Chutia, Lakhimpur, Assam for your great achievements in Arts.

Address

Simaluguri
North Lakhimpur
784165

Opening Hours

Monday 9am - 4pm
Tuesday 9am - 4pm
Wednesday 9am - 4pm
Thursday 9am - 4pm
Friday 9am - 4pm
Saturday 9am - 12:45pm

Telephone

+918011663618

Website

Alerts

Be the first to know and let us send you an email when Sankardev Shishu Vidya Niketan , Simaluguri, Lakhimpur ,Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category