TMPK Ra:dang obonori regional Committee

TMPK Ra:dang obonori regional Committee Ra:dang obonori Bangke,H/O- Tamar gaon, Lakhimpur, Dafalakata,787052

"I was present at the citizens' meeting held today, on September 12, 2025, at the Lakhimpur District Library Auditorium....
12/09/2025

"I was present at the citizens' meeting held today, on September 12, 2025, at the Lakhimpur District Library Auditorium. The meeting was organized on the initiative of the Lakhimpur District TMPK, with the cooperation of MMK and TMMK, and in the presence of the district's senior citizens, social workers, principals, retired teachers, village heads, educators, intellectuals, and students. The meeting aimed to eliminate the widespread increase in alcohol, cannabis, drugs, gambling, child marriage, and social superstitions in the modern era, with the goal of transforming society into one free from addiction.

Today, I had a discussion with the principal and teacher groups of Na-Ali Avonari Higher Secondary School and Dafalakata...
08/09/2025

Today, I had a discussion with the principal and teacher groups of Na-Ali Avonari Higher Secondary School and Dafalakata janajati high School under the Ra:dang Obonori Regional Committee regarding various aspects of the schools. Accompanying me were Monesh Doley, a member of TMPK from the Lakhimpur District Committee, and the presidents and secretaries of TMPK MMK and TMMK of the Ra:dang Obonori Regional Committee.
Tilak Doley
Shaan Do Nyi Panggíng
Sarmila Payeng Pegu
Dipanjal Doley

28/07/2025
আজি ইংৰাজী ১০/০৯/২০২৪ তাৰিখ মঙ্গলবাৰে ডফলা কটা ৰংগমঞ্চত ""মিচিং জাতিৰ আত্ম নিয়ন্ত্ৰণৰ  সংগ্ৰাম আৰু অগ্ৰগতি সন্দৰ্ভত অঞ্...
10/09/2024

আজি ইংৰাজী ১০/০৯/২০২৪ তাৰিখ মঙ্গলবাৰে ডফলা কটা ৰংগমঞ্চত ""মিচিং জাতিৰ আত্ম নিয়ন্ত্ৰণৰ সংগ্ৰাম আৰু অগ্ৰগতি সন্দৰ্ভত অঞ্চলৰ যুৱ প্ৰজন্মৰ সৈতে মুকলি মত বিনিময় আনুষ্ঠান"" কাৰ্যসূচীৰে ডফলা কটা গাঁৱৰ যুৱক - যুৱতীৰ সৈতে বাৰ্তা লাভৰ সভা অনুষ্ঠিত হয়। উক্ত সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ TMPK Cultural chief Mg. Sanjib Doley. লগতে উপস্থিত থাকে আঞ্চলিক সমিতিৰ অন্তৰ্গত কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিক সমিতিৰ সংগ্ৰামী নেতৃত্ব।

আজি ইংৰাজী 28-08-2024 তাৰিখে ডফলাকটা জনজাতি হাইস্কুল প্ৰেক্ষাগৃহত ৰাঃদাং অৱনৰি আঞ্চলিক সমিতি‌‌ TMPK,MMK আৰু TMMKৰ ত্ৰিপা...
29/08/2024

আজি ইংৰাজী 28-08-2024 তাৰিখে ডফলাকটা জনজাতি হাইস্কুল প্ৰেক্ষাগৃহত ৰাঃদাং অৱনৰি আঞ্চলিক সমিতি‌‌ TMPK,MMK আৰু TMMKৰ ত্ৰিপাক্ষিক কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয়। উক্ত সভাত সংগঠনৰ সাংগঠনিক দিশ,বাতা সমাৰোহ আৰু আগন্তুক মিছিং অলিম্পিক সন্দৰ্ভত আলোচনা কৰা হয়।

আজি ইংৰাজী ২০/০৮/২০২৪ তাৰিখে পূব তেলাহী ৰংগমঞ্চত ন-আলি অৱনৰি হাইস্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষ‌ পদ্মকান্ত  দলেৰ সভাপতি...
20/08/2024

আজি ইংৰাজী ২০/০৮/২০২৪ তাৰিখে পূব তেলাহী ৰংগমঞ্চত ন-আলি অৱনৰি হাইস্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষ‌ পদ্মকান্ত দলেৰ সভাপতিত্ব মিচিং স্বায়ত্ত্ব শাসিত পৰিষদৰ "প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা", সভাৰ জৰিয়তে ১৯ পূব তেলাহী পৰিষদীয় সমষ্টিৰ ১০ বছৰীয়া কামৰ খতিয়ান ধাঙি দৰে।
উক্ত সভাত মিচিং স্বায়ত্ত্ব শাসিত পৰিষদৰ EM মিগাং পুৰুষোত্তম দলে, EC উমা পাটৰি , MMK কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি প্ৰেমধৰ দলে,TMMK কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা শৰ্মিলা পেগু, সদস্যা বিচিত্ৰ দলে,TMPK,MMK, TMMK ,MDK,MAK,MBKৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সদস্যা আৰু সমষ্টিৰ জেষ্ঠ নাগৰিক তথা TMPK,MMK ,TMMK,MDK, MAK MBKৰ জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

আজি ইং 28-10-2023 তাৰিখ শনি বাৰে ৰা:দাং অৱণৰি আঞ্চলিক সমিতি TMPK, MMK আৰু TMMK ৰ যৌথ উদ্যোগত পূৱ তেলাহী গাওঁ পঞ্চায়তৰ ক...
29/10/2023

আজি ইং 28-10-2023 তাৰিখ শনি বাৰে ৰা:দাং অৱণৰি আঞ্চলিক সমিতি TMPK, MMK আৰু TMMK ৰ যৌথ উদ্যোগত পূৱ তেলাহী গাওঁ পঞ্চায়তৰ কাৰ্যালয় ৰংগমঞ্চত (ন-ঢলা) অঞ্চলৰ বাল্য বিবাহ, মাদক দ্ৰব্য সেৱন আৰু জোৱা খেল আদি বিষয়ৰ ওপৰত সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত লখিমপুৰ জিলাৰ জিলা আৰক্ষী অধীক্ষক সন্মানীয় শ্ৰী যুত আনন মিশ্ৰ ডাঙৰীয়া, পানীগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মাননীয় শ্ৰী যুত নিপন গগৈ ডাঙৰীয়া, লখিমপুৰ জিলাৰ উপ-পৰিদৰ্শক মাননীয় শ্ৰী যুত দিপাংকৰ চাংমাই ডাঙৰীয়া আৰু পূৱ তেলাহী গাওঁ পঞ্চায়তৰ সভাপতি মিগাং ৰবিন দলে ডাঙৰীয়াৰ লগতে TMPK, MMK আৰু TMMK ৰ সন্মানীয় সকলো বিষয়ববীয়া আৰু নেতৃবৃন্দৰ লগতে স্হানীয় লাট গাওঁ প্ৰধান সকল আৰু গাৱঁসমূহৰ VDP (গাওঁৰক্ষী বাহীনি) ৰ ওপৰিও অঞ্চলৰ গন্য মান্য ব্যক্তি আৰু আই মাতৃ সকলৰ উপস্থিতিত উপৰোক্ত বিষয় সমূহৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰি পৰৱৰ্ত্তী সময়ত কাৰ্য্যকৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰোঁ।
TMPK irroí
Mising Réngam irroí

Jonai Mising Olimpicত লখিমপুৰ জিলাৰ হৈ ৰা:দাং অৱনৰি আঞ্চলিক সমিতিৰ পৰা Gold 1 Silver 1আৰু Bronze 4 প্ৰাপ্ত খেলুৱৈ সকলক ৰ...
29/10/2023

Jonai Mising Olimpicত লখিমপুৰ জিলাৰ হৈ ৰা:দাং অৱনৰি আঞ্চলিক সমিতিৰ পৰা Gold 1 Silver 1আৰু Bronze 4 প্ৰাপ্ত খেলুৱৈ সকলক ৰা:দাং অৱনৰি আঞ্চলিক সমিতি TMPK MMK TMMKৰ শুস্ম আদৰণী।
TMPK irroí
Mising Olimpic irroí

আজি ইংৰাজী ১২/১০/২০২৩ তাৰিখ মঙ্গলবাৰে ৰা:দাং অৱনৰি আঞ্চলিক সমিতিৰ উদ্যোগত মিচিং অলিম্পিকৰ খেলুৱৈ বাছনি প্ৰক্ৰিয়া আঞ্চলি...
12/10/2023

আজি ইংৰাজী ১২/১০/২০২৩ তাৰিখ মঙ্গলবাৰে ৰা:দাং অৱনৰি আঞ্চলিক সমিতিৰ উদ্যোগত মিচিং অলিম্পিকৰ খেলুৱৈ বাছনি প্ৰক্ৰিয়া আঞ্চলিক ভিত্তিত অনুষ্ঠিত কৰা হয়। উক্ত কৰ্মসূচীত TMPKৰ কেন্দ্ৰীয় সমিতিৰ সদস্য তথা লখিমপুৰ জিলা সমিতিৰ তত্বাৱধায়ক Sanjib Mili, প্ৰচাৰ সম্পাদক Biju Doley, সদস্যা Sonia Pegu লখিমপুৰ জিলা সমিতিৰ TMPKৰ উপ সভাপতি তথা ৰা:দাং অৱনৰি আঞ্চলিক সমিতিৰ তত্বাৱধায়ক তৰুণ পেগু, TMMK সম্পাদীকা Juri Doley শিক্ষা সম্পাদক Prasanta Doley লগতে আঞ্চলিকৰ অন্তৰ্গত সকলো জিলা আৰু আঞ্চলিক সমিতিৰ সকলো বিষয়ববীয়া সকল।

আজি ইংৰাজী ০৮/১০/২০২৩ তাৰিখ দেওবাৰে ৰাদাং অৱনৰি আঞ্চলিক সমিতিৰ অন্তৰ্গত গাঁও পৰ্যায়ৰ "মিচিং অলিম্পিক২০২৩"খেলুৱৈ বাছনি প...
09/10/2023

আজি ইংৰাজী ০৮/১০/২০২৩ তাৰিখ দেওবাৰে ৰাদাং অৱনৰি আঞ্চলিক সমিতিৰ অন্তৰ্গত গাঁও পৰ্যায়ৰ "মিচিং অলিম্পিক২০২৩"খেলুৱৈ বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হয়। উক্ত কৰ্মসূচীৰ ক্ষেত্ৰত সকলো ৰাইজে সহায় সহযোগিতা কৰাৰ কাৰণে মিচিং ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Tilok Doley
Shaan do nyi panging
Rajib Doley
TMPK irroí
Mising Olimpic irroí
Mising Réngam irroí

Address

North Lakhimpur

Telephone

+918472810500

Website

Alerts

Be the first to know and let us send you an email when TMPK Ra:dang obonori regional Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to TMPK Ra:dang obonori regional Committee:

Shortcuts

Share

Category