Bihpuria satriya Sangeet Vidyalaya

Bihpuria satriya Sangeet Vidyalaya শ্ৰীকৃষ্ণায় নমহ:

বিহপুৰীয়া সত্ৰীয়া সংগীত বিদ্যালয়ৰ ত আজি উদযাপিত হৈ যোৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ গীত আৰু নৃত্য প্ৰদৰ্শন ৰ কিছু ...
20/06/2026

বিহপুৰীয়া সত্ৰীয়া সংগীত বিদ্যালয়ৰ ত আজি উদযাপিত হৈ যোৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ গীত আৰু নৃত্য প্ৰদৰ্শন ৰ কিছু মূহূৰ্ত ❤️

নৃত্য ৰত আমাৰ কণমানি ছাত্ৰী কেইগৰাকী ♥️♥️
14/06/2026

নৃত্য ৰত আমাৰ কণমানি ছাত্ৰী কেইগৰাকী ♥️♥️

শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ আবিৰ্ভাৱ মহোৎসৱত বিহপুৰীয়া সত্ৰীয়া সংগীত বিদ্যালয়ৰ ছাত্ৰী সকলে পৰিবেশন কৰা নৃত্যাংশ।
29/05/2026

শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ আবিৰ্ভাৱ মহোৎসৱত বিহপুৰীয়া সত্ৰীয়া সংগীত বিদ্যালয়ৰ ছাত্ৰী সকলে পৰিবেশন কৰা নৃত্যাংশ।

শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ ৪৮০ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ত বিহপুৰীয়া সত্ৰীয়া সংগীত বিদ্যালয়ৰ ছাত্ৰী সকলে পৰিবেশন কৰা নৃত্যা...
29/05/2026

শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ ৪৮০ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ত বিহপুৰীয়া সত্ৰীয়া সংগীত বিদ্যালয়ৰ ছাত্ৰী সকলে পৰিবেশন কৰা নৃত্যাংশ।

25/05/2026

ঐতিহাসিক তথা বিৰল মুহূৰ্তৰ সাক্ষী হল বিহপুৰীয়া বাসীৰ লগতে অসমবাসী ৷পদ্মশ্ৰী সন্মানেৰে সন্মানিত বিহপুৰীয়াৰ হৰিচৰণ শইকীয়া।সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে প্ৰদান কৰা হয় এই বঁটা।

25/05/2026
৯৭ বছৰ বয়সত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ত সূত্ৰধাৰ নৃত্য প্ৰদৰ্শন কৰা মূহুৰ্ত ত পদ্মশ্ৰী হৰিচৰণ শইকীয়া দেৱ 🙏🌹🙏🌹🙏
05/04/2026

৯৭ বছৰ বয়সত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ত সূত্ৰধাৰ নৃত্য প্ৰদৰ্শন কৰা মূহুৰ্ত ত পদ্মশ্ৰী হৰিচৰণ শইকীয়া দেৱ 🙏🌹🙏🌹🙏

৯৭ বছৰ বয়সত জৱাহৰলাল নেহৰুৰ (JNU univercity new delhi)বিশ্ববিদ্যালয়ৰ ত সূত্ৰধাৰ নৃত্য  প্ৰদৰ্শন কৰাৰ মূহুৰ্তত হৰিচৰণ শ...
05/04/2026

৯৭ বছৰ বয়সত জৱাহৰলাল নেহৰুৰ
(JNU univercity new delhi)
বিশ্ববিদ্যালয়ৰ ত সূত্ৰধাৰ নৃত্য প্ৰদৰ্শন কৰাৰ মূহুৰ্তত হৰিচৰণ শইকীয়া দেৱ 🙏🙏🙏

Address

Narayanpur
North Lakhimpur
784164

Website

Alerts

Be the first to know and let us send you an email when Bihpuria satriya Sangeet Vidyalaya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Bihpuria satriya Sangeet Vidyalaya:

Shortcuts

Share

Category