Telahi Tuwaram NATH college Official

Telahi Tuwaram NATH college Official (💤𝓢𝓽𝓪𝔂 𝓪𝔀𝓪𝔂 𝓯𝓻𝓸𝓶 𝓽𝓱𝓸𝓼𝓮 𝓹𝓮𝓸𝓹𝓵𝓮 𝔀𝓱𝓸 𝓽𝓻𝔂 𝓽𝓸 𝓭𝓲𝓼𝓹𝓪𝓻𝓪𝓰𝓮 𝔂𝓸𝓾𝓻 𝓐𝓶𝓫𝓲𝓽𝓲𝓸𝓷💤)
ᴱᵐᵃⁱˡ.-ᵗᵗⁿᶜᵒˡˡᵉᵍᵉ¹⁹⁹⁶@ᵍᵐᵃⁱˡ.ᶜᵒᵐ ᵂᵉᵇˢⁱᵗᵉ-ᵗᵉˡᵃʰⁱᵗᵘʷᵃʳᵃᵐⁿᵃᵗʰᶜᵒˡˡᵉᵍᵉ.ᵉᵈᵘ.ⁱⁿ💤💤

BA 1st semester 1st merit list.. 2026 -27Admissions timeline... 4th to 6th Jun 2026
03/06/2026

BA 1st semester 1st merit list.. 2026 -27
Admissions timeline... 4th to 6th Jun 2026

FYUGP 1ST semester 1st merit list update..... Click here for download.....
03/06/2026

FYUGP 1ST semester 1st merit list update..... Click here for download.....

A file is available for download and streaming via UploadNow by following this link

23/05/2026

URGENT INFORMATION.....

FYUGP প্ৰথম বৰ্ষত (BA 1ST SEMESTER) নামভৰ্তিৰ বাবে SAMARTH পৰ্টেলৰ যোগেদি আবেদনৰ সময়সীমা ২২ মে লৈকে আছিল।
এই সময়সীমা শেষ হৈছে ,বহুত ছাত্ৰ-ছাত্ৰীয়ে আবেদন পত্ৰত ভুল কৰা দেখা গৈছে
$কলেজৰ নিয়মাৱলী পঢ়ি নোচোৱাকৈ আবেদন জমা দিয়া কাৰণে কিছুমানে বিষয় নিৰ্বাচনত ভুল কৰিছে*******
বহুতৰ বিষয়/নাম/ঠিকনা/জন্ম তাৰিখ /অভিভাৱকৰ নামত ভুল হৈছে/ আবেদনখন আধা পূৰণ কৰিছে/কলেজ আৰু বিষয় নিৰ্বাচনৰ বিষয়ত বুজি পোৱা নাই/বহুতে নথিপত্ৰ(DOCUMENT)বোৰ সঠিক ভাবে আপলোড কৰা নাই /গতিকে আবেদনকাৰী ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ ভুল কৰা দেখা গৈছে
গতিকে ভুল শুধৰণিৰ বাবে আজিৰ পৰা তিনিদিন সময় দিছে। ভুল নকৰাসকলেও এই তিনি দিনৰ ভিতৰত কলেজ বা বিষয় সালসলনি কৰিব পাৰিব।
গতিকে, ভুল কৰাসকলে বা আনসকলেও শুদ্ধ কৰিবলগীয়া খিনি ২৩,২৪ আৰু ২৫ মে তাৰিখৰ ভিতৰত শুদ্ধ কৰক। এইবাৰ আকৌ ভুল নকৰিব। Gmail check কৰক /যিবিলাক ফৰ্ম/আবেদন পত্ৰ বাতিল (REJECTED) হৈছে, কিবা বিশেষ ভুল হৈছে সেইসকলৰ ইমেইলত কাৰণসহ খবৰ যোৱাৰ নিয়ম আছে। যদি নিজৰ ফোন নম্বৰ ইমেইল নাই বা নিদি বেলগ দাদা-বাইদেউৰ ফোন নম্বৰ বা ইমেইল দিছে সেইসকলে গমেই নাপাব। নিজৰ ফোন নম্বৰ দিয়া নাই যদি কলেজৰ ফালৰ পৰা ফোন কৰিলেও‌ গমেই নাপাব। গতিকে, নিজৰ আবেদন পত্ৰখন Portal ত গ্ৰহণ কৰা হৈছেনে নাই check/খবৰ কৰক, ভুল হৈছে যদি অতি সোনকালে শুদ্ধ কৰক,
যদি ভুলবোৰ শুধৰণি নকৰাকৈ থাকি যায়, ভাল নম্বৰ থাকিলেও প্ৰথম মেধা তালিকাত নাম নাহে। প্ৰথম তালিকাত নাম নাহিলে দ্বিতীয় তালিকাতো নাহে, একেবাৰে SPOT ADMISSIONৰ সময়লৈ ৰ'ব লাগিব।অন্যথা admission নাপাব,,,,,

The college hosted a departmental seminar in its campus today.......
16/05/2026

The college hosted a departmental seminar in its campus today.......

10/05/2026

(💤𝓢𝓽𝓪𝔂 𝓪𝔀𝓪𝔂 𝓯𝓻𝓸𝓶 𝓽𝓱𝓸𝓼𝓮 𝓹𝓮𝓸𝓹𝓵𝓮 𝔀𝓱𝓸 𝓽𝓻𝔂 𝓽𝓸 𝓭𝓲𝓼𝓹𝓪𝓻𝓪𝓰𝓮 𝔂𝓸𝓾𝓻 𝓐𝓶𝓫𝓲𝓽𝓲𝓸𝓷💤)
ᴱᵐᵃⁱˡ.-ᵗᵗⁿᶜᵒˡˡᵉᵍᵉ¹⁹⁹⁶@ᵍᵐᵃⁱˡ.ᶜᵒᵐ ᵂᵉᵇˢⁱᵗᵉ-ᵗᵉˡᵃʰⁱᵗᵘʷᵃʳᵃᵐⁿᵃᵗʰᶜᵒˡˡᵉᵍᵉ.ᵉᵈᵘ.ⁱⁿ💤💤

Admission Notification for BA 1st Semester FYUGP Course Academic Year 2026-27......
10/05/2026

Admission Notification for BA 1st Semester FYUGP Course Academic Year 2026-27......

🌿Annual Sporting Events..at College campus.....
09/05/2026

🌿Annual Sporting Events..at College campus.....

🌿Practical observation trip ......
09/05/2026

🌿Practical observation trip ......

Address

North Lakhimpur
787052

Alerts

Be the first to know and let us send you an email when Telahi Tuwaram NATH college Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Telahi Tuwaram NATH college Official:

Shortcuts

Share

Category