Human Calculator using ABACUS.North Lakhimpur

Human Calculator using ABACUS.North Lakhimpur Human Calculator using Abacus is a Brain & Skill devlopment course

18/05/2026

সময় মাত্ৰ ৫ মিনিট। সমাধান কৰিব লাগিব জটিলতকৈ জটিল অংক এবাকাচ পদ্ধতিৰে। ব্যৱহাৰ কৰিব নোৱাৰিব কোনোধৰণৰ কেলকুলেটৰ অথবা স্মাৰ্ট ৱাটচ। ব্যৱহাৰ কৰিব নোৱাৰিব ৰবৰ। যিয়ে আটাইতকৈ কম সময়ত সৰ্বাধিক ৫০ টা অংক সম্পূৰ্ণ শুদ্ধকৈ কৰিব পাৰিব তেওঁৱেই হ'ব হিউমেন কেলকুলেটৰ।
মুঠ অংকৰ সংখ্যা ৫০ টা।

ABACUS Moharon 2026Season - VVenue - B.B.C.M. Sankardeva Shishu/Vidya Niketan, North Lakhimpur ( North Lakhimpur, Bihpur...
17/05/2026

ABACUS Moharon 2026
Season - V
Venue - B.B.C.M. Sankardeva Shishu/Vidya Niketan, North Lakhimpur
( North Lakhimpur, Bihpuria, Narayanpur, Lilabari, Bandardewa, Angerkhowa, Dhakuakhona and Ghilamora Centre. )
Thank you so much all the respected franchise, teachers, parents and dearest students.
Thank you so much to respected Pradhan Acharya of the Niketan and employees.


Human Calculator using ABACUS.North Lakhimpur
আকাংক্ষা সাংস্কৃতিক কলা কেন্দ্ৰ Akankshya Sanskritik Kala kendra
Jipi N Bora
Jitu Krishna Deka

৩৬৫ দিনৰ অনুশীলন। আশা-আকাংক্ষা আৰু এটা সপোন। শিক্ষক আৰু শিক্ষাৰ্থী সকলৰ এখন যুঁজ আৰু এটা ফলাফল। হয়তো কোনোবা এগৰাকী সৌভা...
12/05/2026

৩৬৫ দিনৰ অনুশীলন। আশা-আকাংক্ষা আৰু এটা সপোন। শিক্ষক আৰু শিক্ষাৰ্থী সকলৰ এখন যুঁজ আৰু এটা ফলাফল। হয়তো কোনোবা এগৰাকী সৌভাগ্যৱান ছাত্ৰ বা ছাত্ৰীৰ নাম অসম বুক অৱ ৰেকৰ্ডছত লিপিবদ্ধ হ'ব। আমি আশাবাদী।

Admission open - Contact : 9101263996, 9101120482, 8822052093
16/03/2026

Admission open -
Contact : 9101263996, 9101120482, 8822052093

Human Calculator using ABACUS.North Lakhimpur ৰ উদ্যোগত আকাংক্ষা সাংস্কৃতিক কলা কেন্দ্ৰ Akankshya Sanskritik Kala kendra...
22/12/2025

Human Calculator using ABACUS.North Lakhimpur ৰ উদ্যোগত আকাংক্ষা সাংস্কৃতিক কলা কেন্দ্ৰ Akankshya Sanskritik Kala kendra ৰ সহযোগত উদযাপিত ৰাষ্ট্ৰীয় গণিত দিৱসৰ দুটামান মুহূৰ্ত।

01/09/2025

Lakhimpur TODAY পৰিয়ালক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ

Human Calculator using ABACUS.North Lakhimpur ৰ অভিভাৱক আৰু ছাত্ৰ -ছাত্ৰী সকলৰ লগত মত বিনিময় অনুষ্ঠান । উপস্থিত থাকে হি...
01/09/2025

Human Calculator using ABACUS.North Lakhimpur ৰ অভিভাৱক আৰু ছাত্ৰ -ছাত্ৰী সকলৰ লগত মত বিনিময় অনুষ্ঠান । উপস্থিত থাকে হিউমেন কেলকুলেটৰ ইউজিং এবাকাচৰ মুখ্য কাৰ্যবাহী বিষয়া Jitu Krishna Deka ছাৰ, পূৱ তেলাহী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক Haren Pujari ছাৰ আৰু ডিজু চাহ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক Mohsin Ahmed Khan ছাৰ । লগতে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত এবাকাচ প্ৰতিযোগিতাৰ মান পত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয় ।

Human Calculator using ABACUS.North Lakhimpur  কেন্দ্ৰৰ সফলতা ২.৪৭ মিনিটত ৫০ টা অংক কৰি শ্ৰেষ্ঠত্ব খিতাপ অৰ্জন উত্তৰ লক্...
28/08/2025

Human Calculator using ABACUS.North Lakhimpur কেন্দ্ৰৰ সফলতা
২.৪৭ মিনিটত ৫০ টা অংক কৰি শ্ৰেষ্ঠত্ব খিতাপ অৰ্জন উত্তৰ লক্ষীমপুৰ কেন্দ্ৰৰ আয়ান হাচানৰ

হিউমেন কেলকুলেটৰ ইউজিং এবাকাচ উত্তৰ লক্ষীমপুৰ কেন্দ্ৰৰ সফলতা
২.৪৭ মিনিটত ৫০ টা অংক কৰি শ্ৰেষ্ঠত্ব খিতাপ অৰ্জন উত্তৰ লক্ষীমপুৰ কেন্দ্ৰৰ আয়ান হাচানৰ

হিউমেন কেলকুলেটৰ ইউজিং এবাকাচ, উত্তৰ লক্ষীমপুৰ কেন্দ্ৰৰ আয়ান হাচানে ২.৪৭ মিনিটত ৫০ টা অটি জটিল অংক সম্পূৰ্ণ কৰি অসমৰ ভিতৰতে " শ্ৰেষ্ঠ মানৱ কেলকুলেটৰ ২০২৫ " খিতাপ অৰ্জন কৰি উত্তৰ লক্ষীমপুৰ কেন্দ্ৰ তথা আকাংক্ষা সাংস্কৃতিক কলা কেন্দ্ৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰ লগতে ৰাণা ৰবিবুল ইছলামে ৪.২৫ মিনিটত ৪৮ টা অংক সম্পূৰ্ণ কৰি দ্বিতীয় শ্ৰেষ্ঠ খিতাপ আৰু ভিজুৱেলাইজেশ্যন প্ৰতিযোগিতাত জিষ্ণু বৰাই শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰে। উক্ত বঁটাসমূহ প্ৰদান কৰে গুৱাহাটীৰ বেলটলা ৰঙ্গমঞ্চত অনুষ্ঠিত হিউমেন কেলকুলেটৰ ইউজিং এবাকাচৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত । ইয়াৰ সমান্তৰালভাৱে উত্তৰ লক্ষীমপুৰ কেন্দ্ৰৰ শিক্ষক Anup Konch ক Best Inspiration of the teacher Award আৰু ফ্ৰেঞ্চাইজি Munindra Neog ক Best leadership of the year 2025 award প্ৰদান কৰে। আনহাতে আকাংক্ষা সাংস্কৃতিক কলা কেন্দ্ৰৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী দেভিনা নেওগে হিউমেন কেলকুলেটৰ ইউজিং এবাকাচৰ সৌজন্যত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে। উত্তৰ লক্ষীমপুৰ কেন্দ্ৰৰ উপ শাখা বিহপুৰীয়া কেন্দ্ৰৰ বিকাশ দাসে শ্ৰেষ্ঠ শিক্ষকৰ সন্মান লাভ কৰে।



Address

Akankshya Sanskritik Kala Kendra, Thana Road, Chinatalia ( Near Goriajan Bridge )
North Lakhimpur
787001

Opening Hours

Monday 4pm - 7pm
Tuesday 4pm - 7pm
Wednesday 4pm - 7pm
Thursday 4pm - 7pm
Friday 4pm - 7pm
Saturday 1pm - 7pm
Sunday 9am - 7pm

Telephone

+919101263996

Website

Alerts

Be the first to know and let us send you an email when Human Calculator using ABACUS.North Lakhimpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category