GuruMili

GuruMili Education Consultant

30/09/2021

Sa:laní Pé:tdúng
at Rikkong Ghunasutí

30/09/2021

✍️কবিয়ে কয়ছেং জগতগুৰু-
ज़िन्दगी को इतनी गंभीरता से लेने की कोई जरुरत नहीं है दोस्तों
यहां से आज तक कोई जिन्दा नहीं गया है

Zindagi ko itni gambhirta se lene ki koi jarurat nahi hai doston
Yahaon se aaj tak koi jinda nahin gaya hai.

✍️সাংগঠনিক কাৰ্যসূচী:-     ৰৃক্কং ঘুনাসূঁতি আঞ্চলিক সমিতিৰ তিনিও জাতীয় সংগঠনৰ বদ্ধিৰ্ত কাৰ্যনিৰ্বাহ সভাlমিছিং জাতীয় সংগঠ...
29/09/2021

✍️সাংগঠনিক কাৰ্যসূচী:-
ৰৃক্কং ঘুনাসূঁতি আঞ্চলিক সমিতিৰ তিনিও জাতীয় সংগঠনৰ বদ্ধিৰ্ত কাৰ্যনিৰ্বাহ সভাl
মিছিং জাতীয় সংগঠন TMPK,MMK,TMMK সাংগঠনিকৰ ভেটি সৱল কৰাৰ লগতে অৰ্থ-সামাজিক,ৰাজনৈতিক সক্ৰিয়তা বৃদ্ধি কৰাৰ উদ্দেশ্যে লগতে সমিতিখন পুনৰীক্ষন কৰি পূৰ্ণাংগ সমিতিখন গঠন কৰা হল।সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সহায়কাৰী সস্পাদক Sanjib Doley লখিমপুৰ জিলা সমিতিৰ সভাপতি বিজু কুমাৰ দলে কাই। জিলা সমিতিৰ সদস্য ও তথা ঘুনাসূঁতি গাৱঁ পঞ্চায়ত সভাপতি বিখানন্দ মিলি ডাঙৰীয়া। MMKলখিমপুৰ জিলা সমিতিৰ সভাপতি দিলীপ পেগু কেন্দ্ৰীয় সমিতিৰ সদস্য নিম পেগু কাই। লখিমপুৰ জিলা সমিতিৰ যুটীয়া সস্পাদক MMK নৰেশ্বৰ টাইদ #ৰনোজ কুমাৰ পায়েঙ প্ৰচাৰ সস্পাদক জিলা সমিতি।ব MMK সদস্য জিলা সমিতি লোকনাথ মিলি আৰু বানীকান্ত পেগু উপ-সভাপতি MMK LDC. লগতে TMPK লখিমপুৰ জিলা সমিতিৰ সদস্য কবিদ্ৰ পায়েঙ, সোনাধৰ পায়েঙ আৰু লখিমপুৰ টাউন সমিতিৰ সভাপতি চিদানন্দ পায়েঙ
উপস্থিত থাকে।

         #জনসাধাৰণৰজনজাগৰণসাংগঠনিক ভেটি সুদৃঢ় কৰি অধিক শক্তিশালী ৰূপত গঢ় দিয়াৰ মানসেৰে এখন সুস্থ সমৃদ্ধিশালী, সুন্দৰ ...
26/09/2021





#জনসাধাৰণৰজনজাগৰণ
সাংগঠনিক ভেটি সুদৃঢ় কৰি অধিক শক্তিশালী ৰূপত গঢ় দিয়াৰ মানসেৰে এখন সুস্থ সমৃদ্ধিশালী, সুন্দৰ প্ৰগতিশীল সমাজ এখন উন্নতিৰ শিখৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিব বুলি দৃঢ়তাৰে বিশ্বাস ৰাখিলোঁ Mising rengam irroi✊
irroi✊

অসমীয়াৰ পৰিৱৰ্তন নে পৰিস্থিতি❓নিজৰ জ্ঞানৰ পৰিধি আনক দেখুৱাই আঙুলিৰে চুইছ টিপি থকাটো বৰ্তমান অসমীয়া ৰ পৰিৱৰ্তন নে পৰিস্থি...
25/09/2021

অসমীয়াৰ পৰিৱৰ্তন নে পৰিস্থিতি❓
নিজৰ জ্ঞানৰ পৰিধি আনক দেখুৱাই আঙুলিৰে চুইছ টিপি থকাটো বৰ্তমান অসমীয়া ৰ পৰিৱৰ্তন নে পৰিস্থিতিৰ❓

বাস্তৱ কাৰ্যক্ষেত্ৰত কৰিবলগীয়া দিনা সেইসকলৰ বিভিন্ন সকাম, বিয়া,ব্যৱসায়,ৰাজনৈতিক দলৰ সভা সমিতিৰ ইত্যাদি কাৰণ বা অন্য উজুহাত দেখুৱাই আঁতৰি থাকে।
✍️জগতগুৰু মিলি, ঘূনাসুঁতি, উত্তৰ লখিমপুৰ



ʀɪ́ɢsᴇ́ɴɢ  Aʀʀɪ́ᴋ🌿🥒🥕🌽🧄🥬🧅
23/09/2021

ʀɪ́ɢsᴇ́ɴɢ Aʀʀɪ́ᴋ🌿🥒🥕🌽🧄🥬🧅

       #জনসাধাৰণৰ সক্ৰিয়তাৰ অভাৱ✍️সাংগঠনিক কাৰ্যসূচী:-     মিচিং জাতীয় সংগঠনৰ  সৱলীকৰন/জনসাধাৰণক সজাগতা সভা ধাৰাবাহিক কা...
22/09/2021





#জনসাধাৰণৰ সক্ৰিয়তাৰ অভাৱ
✍️সাংগঠনিক কাৰ্যসূচী:-
মিচিং জাতীয় সংগঠনৰ সৱলীকৰন/জনসাধাৰণক সজাগতা সভা ধাৰাবাহিক কাৰ্যসূচী|
মিচিং ছয়জাতীয় সংগঠন TMPK,MMK,TMMK,MBK ৰ সাংগঠনিকৰ ভেটি সৱল কৰাৰ লগতে জনসাধাৰণক অৰ্থসামাজিক,ৰাজনৈতিক সক্ৰিয়তা সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে লগতে সমিতিখন পুনৰীক্ষন কৰে ।ৰৃক্কং ঘূণাসুতিৰ আঞ্চলিক সমিতিৰ অন্তৰ্গত তাজিক গাওঁৰ বাতাক কৌবাং লগতে TEAM 13TH সমিতি গঠন কৰাৰ সস্পৰ্কে আলোচনা কৰে।
গাঁৱৰ জেষ্ট ব্যক্তি আৰু আঞ্চলিক সমিতিৰ সহযোগিতাই সভাখন সফল ৰূপায়ন হয়।

Today at Barkha chapori,   আজি,২১/০৯/২১ তাৰিখে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশানুক্ৰমে কপাক চাপৰি হাইস্কুলৰ প্ৰাঙ্গগত  MBK,TMPK...
21/09/2021

Today at Barkha chapori,


আজি,২১/০৯/২১ তাৰিখে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশানুক্ৰমে কপাক চাপৰি হাইস্কুলৰ প্ৰাঙ্গগত MBK,TMPK,MMK আৰু TMMKৰ ৰৃক্কং ঘূনাসুঁতি আঞ্চলিক সমিতিৰ অন্তৰ্গত বষা চাপৰি বা:তাক কৌ:বাং পূৰ্ণাংগণ সমিতি গঠন কৰা হয় । উক্ত সভাত জিলা সমিতিৰ হৈ প্ৰতিনিধিত্ব কৰে MMK কাৰ্য‍্যকৰী সদস্য নৰেশ্বৰ টাইদ,লোকনাথ মিলি #ৰনোজ পায়েং TMPK জিলা সমিতিৰ প্ৰচাৰ সম্পাদক ,সাংগঠনিক সস্পাদক জিলা সমিতি ৰ গুৰু প্ৰসাদ মিলি,ৰমেন পায়েঙ সদস্য ,MMK জিলা সমিতিৰ সদস্য বিখানন্দ মিলি ,ভিনাৰাম মিলি উপস্থিত থাকি বা:তাক কৌবাং সমিতি পূৰ্ণাংগ শক্তিশালীৰূপে গঠন কৰাত সু-দিহা-পৰামৰ্শ আগবঢ়াই । উল্লেখ্য যে- এখন #সুস্থ-সৱল-প্ৰগতিশীল-গণতান্ত্ৰিক সমাজ ব্যৱস্থা গঢ় দিয়াই যে একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য এই উপস্থিত প্ৰতিনিধিবৰ্গক অৱগত কৰে ।
Takam Mising Porin Kébang - TMPK All Mising Students' Union

     #জনসাধাৰণৰ ৰাজনৈতিক সক্ৰিয়তা সজাগতা২০/০৯/২১ তাৰিখে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশানুক্ৰমে কপাক চাপৰি হাইস্কুলৰ প্ৰাঙ্গগত ...
21/09/2021



#জনসাধাৰণৰ ৰাজনৈতিক সক্ৰিয়তা সজাগতা
২০/০৯/২১ তাৰিখে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশানুক্ৰমে কপাক চাপৰি হাইস্কুলৰ প্ৰাঙ্গগত TMPK,,MMK আৰু TMMKৰ লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত ৰৃক্কং ঘূনাসুঁতি আঞ্চলিক সমিতিৰ কপাক চাপৰি বা:তাক কৌ:বাং আৰু Team 13th পূৰ্ণাংগ সমিতি গঠন কৰা হয়l উক্ত সভাত জিলা সমিতিৰ প্ৰতিনিধিত্ব কৰে MMK কাৰ্যকৰী সদস্য #লোকনাথ মিলি #ৰনোজ পায়েং TMPK জিলা সমিতিৰ প্ৰচাৰ সম্পাদক ,সাংগঠনিক সস্পাদক জিলা সমিতিৰ #গুৰু প্ৰসাদ মিলি জিলা সমিতিৰ কাৰ্য্যকৰী সদস্য মিগাং বিখানন্দ মিলি ডাঙৰীয়া লগতে মিৰিজীয়ৰী মহাবিদ্যালয়ৰ অধ্যক্ষ খগেন পায়েঙ আৰু কপাক চেলেখ প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানশিক্ষক গঙ্গাৰাম টাইদ মহাশয় উপস্থিত থাকি বা:তাক কৌবাং সমিতি পূৰ্ণাংগ শক্তিশালীৰূপে গঠন কৰাত সু-দিহা-পৰামৰ্শ আগবঢ়াই । উল্লেখ্য যে- এখন #সুস্থ-সৱল-প্ৰগতিশীল-গণতান্ত্ৰিক সমাজ ব্যৱস্থা গঢ় দিয়াই যে একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য এই উপস্থিত প্ৰতিনিধিবৰ্গক অৱগত কৰে ।

🐒🐵বান্দৰে নাৰিকলৰ মুল বুজি নাপায়।🤔🤣
12/09/2021

🐒🐵বান্দৰে নাৰিকলৰ মুল বুজি নাপায়।🤔🤣

ধিক্কাৰ মামাৰ চৰকাৰক।বিধায়ক গৰাকীৰ কাৰণে এখনো বহাৰ ব্যৱস্থা কৰিব নোৱাৰিলে❓🤣【N:B-ভক্তগণৰ ওপৰত হেৰিলোং】
24/07/2021

ধিক্কাৰ মামাৰ চৰকাৰক।বিধায়ক গৰাকীৰ কাৰণে এখনো বহাৰ ব্যৱস্থা কৰিব নোৱাৰিলে❓🤣
【N:B-ভক্তগণৰ ওপৰত হেৰিলোং】

23/07/2021

Address

North Lakhimpur
787001

Telephone

+918688983950

Website

Alerts

Be the first to know and let us send you an email when GuruMili posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to GuruMili:

Shortcuts

Share