05/05/2026
🌙 بِسْمِ اللهِ الرَّحْمٰنِ الرَّحِيمِ 🌙
📖 “যি ব্যক্তি কোৰআন শিকে আৰু আনক শিকায়, সেইজনেই সৰ্বোত্তম।”
আছ্-ছালামু আলাইকুম ওয়া ৰহমাতুল্লাহ।
👉 ৰাহমানিয়া দাৰুল কোৰআন অনলাইন একাডেমীত আপোনাক আন্তৰিক স্বাগতম।
🌿 প্ৰিয় দ্বীনপ্ৰেমী ভাই সকল,
আল্লাহ তা'আলাৰ অসীম কৃপাৰে অনলাইন মাধ্যমত কোৰআন শিক্ষা প্ৰদানৰ এক পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ উদ্যোগ আৰম্ভ কৰা হৈছে।
📖 এই উদ্যোগৰ মাধ্যমেৰে আপুনি নিজৰ ঘৰত বহিয়েই
👉 শুদ্ধ তাজবীদেৰে কোৰআন পঢ়া শিকিব পাৰিব।
👨🎓 আধুনিক শিক্ষাৰে শিক্ষিত সকলো শ্ৰেণীৰ মানুহৰ বাবে এক সুবৰ্ণ সুযোগ:
আমালোকৰ সমাজত বহু সম্মানীয় আৰু প্ৰতিষ্ঠিত ব্যক্তি আছে—
যেনে ডাক্তৰ, ইঞ্জিনিয়াৰ, স্কুল-কলেজৰ অধ্যাপক, ছাত্ৰ, ব্যৱসায়ী তথা বিভিন্ন ক্ষেত্ৰত কৰ্মৰত ব্যক্তিসকল।
🌙 ব্যস্ত জীৱনৰ মাজতো
👉 তেওঁলোকে এই পবিত্ৰ উদ্যোগৰ সৈতে সংযুক্ত হৈ
📖 শুদ্ধ তাজবীদেৰে কোৰআন শিক্ষা গ্ৰহণ কৰিব পাৰিব।
✨ আধুনিক শিক্ষাৰ সৈতে দ্বীনি শিক্ষাৰ সমন্বয়
👉 জীৱনক কৰিব অধিক সুশোভিত, সঠিক আৰু নূৰৰ পোহৰেৰে উজ্বল।
📌 এতিয়া সময়—দুনিয়াবী জ্ঞানৰ লগতে আখিৰাতৰ সফলতাৰ দিশে আগবাঢ়াৰ।
🌟 আমাৰ পাঠ্যক্ৰমৰ বিশেষত্বসমূহ:
✅ লাইভ ভিডিঅ’ ক্লাছ (Zoomৰ জৰিয়তে)
✅ লাইভ সহায় সুবিধা
✅ ক্লাছৰ ভিডিঅ’ ৰেকৰ্ডিং সুবিধা
✅ শুদ্ধ তাজবীদ শিক্ষা
✅ দোৱা আৰু ছুন্নত শিক্ষা (সপ্তাহত ১ দিন)
✅ তাফছীৰুল কোৰআন ক্লাছ (সপ্তাহত ১ দিন)
✅ নামাজৰ মাছাইল, দোৱা আৰু পূৰ্ণ নিয়মাবলী শিক্ষা
✅ নূৰানী কাইদাৰ পৰা আৰম্ভ কৰি কোৰআন শিক্ষা
✅ বিশেষ ছুৰাসমূহ মুখস্থ কৰোৱা হয়
⏰ সময়:
🕘 ৰাতি ৯:০০ বজাৰ পৰা ১০:০০ বজালৈ (১ ঘণ্টা)
📌 অথবা শিক্ষাৰ্থীৰ সুবিধা অনুসৰি সময় নিৰ্ধাৰণ কৰা হ’ব।
🎉 ভৰ্তি ফি সম্পূৰ্ণ FREE! (কোনো ধৰণৰ ভৰ্তি মাচুল নাই)
🎓 ছাত্ৰৰ বাবে: মাহেকীয়া ফিও সম্পূৰ্ণ FREE!
💵 মাহেকীয়া ফি: ৩০০/- টকা
📢 এই পবিত্ৰ যাত্ৰাত আপুনিও অংশগ্ৰহণ কৰক
👉 নিজৰ জীৱন কোৰআনৰ পোহৰেৰে আলোকিত কৰক।
📞 যোগাযোগ কৰক: 6000644389
👤 মৌলানা আতাউৰ ৰহমান
📍 লখিমপুৰ, অসম
🕌 পেশ ইমাম, কাকোজান আলিচুবুৰী জামে মছজিদ, জোৰহাট
📌 আপোনাৰ ছিটটো আজি নিশ্চিত কৰক!
🤲 আল্লাহ তা'আলাই আমালোক সকলোকে এই নেক কামত অংশগ্ৰহণ কৰাৰ তৌফিক দান কৰক। আমীন।