31/10/2024
Juba Nagar Model H.S ৰ সন্মানীয় সভাপতি তথা ১১০ নং নাওবৈচা সমষ্টিৰ বিধায়ক মহোদয়লৈ কৰুণাবাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতিৰ জৰিয়তে বিদ্যালয়ৰ আন্তগাঁথনি উন্নয়নৰ বাবে বিধায়ক পুঁজিৰ আবন্টন বিচাৰি ছাত্ৰ একতা সভা আৰু শিক্ষকগোটৰ ফালৰ পৰা এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।