KHORA Higher Secondary School

KHORA Higher Secondary School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from KHORA Higher Secondary School, School, Khora Higher Secondary school P. O. Mornoi Khora Dist. Lakhimpur, North Lakhimpur.

18/10/2024
Teaching and Non teaching staff Khora Higher Secondary School.
07/06/2024

Teaching and Non teaching staff
Khora Higher Secondary School.

বিগত ১৯৫৩ চনত স্থাপন হোৱা খ'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৫৩ চনৰ পৰা ২০২২ চনলৈ প্ৰাক্তন শিক্ষাৰ্থী সকলক একগোট কৰি বিদ্...
07/10/2023

বিগত ১৯৫৩ চনত স্থাপন হোৱা খ'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৫৩ চনৰ পৰা ২০২২ চনলৈ প্ৰাক্তন শিক্ষাৰ্থী সকলক একগোট কৰি বিদ্যালয় জীৱনৰ স্মৃতি ৰোমন্থণ কৰিবলৈ অহা ১৫-১০-২০২৩ তাৰিখে বিদ্যালয়ত লগ পোৱাৰ মানসেৰে সাদৰেৰে আমন্ত্ৰণ জনোৱা হৈছে। ব্যক্তিগত ভাৱে নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে,পত্ৰ নাপালেও ইয়াৰ দ্বাৰা আমন্ত্ৰণ গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ।
মৃদুল কুমাৰ ভূঞা, অধ্যক্ষ
খ'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় ।

১৫-৮-২০২৩ জিলা ভিত্তিত সমবেত সংগীত প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়।
15/08/2023

১৫-৮-২০২৩
জিলা ভিত্তিত সমবেত সংগীত প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়।

Date-15-7-2023Closing ceremony of Summer Camp at Khora Higher Secondary school.
15/07/2023

Date-15-7-2023
Closing ceremony of Summer Camp at Khora Higher Secondary school.

তাৰিখ-১১-৭-২০২৩উত্তৰ লখিমপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সৌজন্যত জিলা খনৰ কৃতিমান ছাত্ৰ ছাত্ৰী সকলৰ অভিনন্দ...
15/07/2023

তাৰিখ-১১-৭-২০২৩
উত্তৰ লখিমপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সৌজন্যত জিলা খনৰ কৃতিমান ছাত্ৰ ছাত্ৰী সকলৰ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

13/06/2023
05/06/2023
উৎসৱ বিদ্যাৰম্ভ আৰু বিশেষ আধ্যাত্মিক সজাগতা সভা - ৫/৪/২৩.
06/04/2023

উৎসৱ বিদ্যাৰম্ভ আৰু বিশেষ আধ্যাত্মিক সজাগতা সভা - ৫/৪/২৩.

বিদ্যালয়ত শিক্ষক দিৱস উৎযাপন আৰু বৃক্ষ ৰোপণ
05/09/2021

বিদ্যালয়ত শিক্ষক দিৱস উৎযাপন আৰু বৃক্ষ ৰোপণ

Address

Khora Higher Secondary School P. O. Mornoi Khora Dist. Lakhimpur
North Lakhimpur

Telephone

9365961179

Website

Alerts

Be the first to know and let us send you an email when KHORA Higher Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category