Gyaan-Peeth :: জ্ঞান পীঠ

Gyaan-Peeth :: জ্ঞান পীঠ #জ্ঞান-পীঠ
-peeth

সাঁচটো কোৱা, নহ'লে মিছা নকবা।
21/08/2025

সাঁচটো কোৱা, নহ'লে মিছা নকবা।

✍️✍️আজি সময়ত (প্ৰায়১৩/১৪_ চৌধৰ বছৰপৰা ওঠৰ বছৰ বয়সৰ (১৮_২০) লৈ লৰা-ছোৱালী বোৰ বেছি পৰিমাণে  relationship প্ৰেমৰ সম্পৰ্...
21/08/2025

✍️✍️আজি সময়ত (প্ৰায়১৩/১৪_ চৌধৰ বছৰপৰা ওঠৰ বছৰ বয়সৰ (১৮_২০) লৈ লৰা-ছোৱালী বোৰ বেছি পৰিমাণে relationship প্ৰেমৰ সম্পৰ্ক আৰু s*x যৌনতাৰ মাজত সোমাই পৰে কিয়? এবাৰ ভালদৰে বুজি লোৱা আৰু পঢ়ি চোৱা।।

📌আপুনি বাৰু সন্তানক শাৰীৰিক ভাবে শক্তিশালী হোৱাটো বিচাৰে নে মানসিক ভাবে কিছু কোমল হৃদয়ৰ।

📌মাক গৰাকীয়ে পাকঘৰটো নিজৰ সন্তানক কিছু সময় ৰখাটো উচিত,তেতিয়াহে বুজি উঠিব পাকঘৰ এটা চম্ভালি থকাটো ইমান সহজ নহয়,সিহতৰ পচন্দৰ খাদ্য বস্তু ৰান্ধি দিবলৈও যে কিমান কষ্ট,যোগাৰৰ প্ৰয়োজন।

📌সন্তানৰ সৈতে সৰুৱে পৰা খুব বেছি কথা পতাটো দৰকাৰ, কিন্তু আমি মাথোঁ সিহতৰ প্ৰয়োজন বোৰহে পূৰণ কৰাত লাগি যাও,সময় নিদিও।

📌সিহঁতৰ ভৱিষ্যত সুন্দৰ হওঁক,অভাৱ দেখি নেপাওক বুলি মোবাইল,দামী কাপোৰ,টকা, গাড়ী সকলো দিয়া হয়। কিন্তু তাৰ লগতে সকলোৱে ভূল কৰে । বেয়া ছবি ,কথা ,সংগ আৰু বেয়া দিশত যোৱা দেখা যায় ।

📌কিছু পৰিয়ালত মাক দেউতাক দুয়ো জনেই চাকৰিয়াল থাকে,তেওঁলোকে আৰু বেছি সময় দিব নোৱাৰা হয় পৰে। তেতিয়া নিজকে সাজু হ'বলৈ আমি বিচাৰ কৰক । কেৱল নিজে নিজৰ গুৰুত্ব আৰু যন্ত ভালদৰে বুজি পোৱা হয়।

📌সৰু কালতেই সময় নিদিলে ডাঙৰ হোৱাৰ পিছত মানসিক ভাবে সন্তান মাক দেউতাকৰ লগত সহযোগ কৰাটো কমি আহে,মৰমৰ বান্ধোন টো ঢিলা হয় পৰে,দুৰ্বলতা টো কমি আহে। তেতিয়া ভাল বেয়া নিজে নিজে বিচৰা কৰি চলিব লাগিব । তেতিয়া ভাল বেয়া দেখি যিকোনো সিদ্ধান্ত লবলৈ মগজুক আৰু হিদয়ক বহুবাৰ সুধি লওক ।

📌কিন্তু সন্তানে বিচাৰে কি?

সন্তানে অলপ সময় হলেও মাক দেউতাকৰ সানিধ্য বিছাৰে,নহলে লাহে লাহে ডাঙৰ হৈ আহিলে সিহঁতে নিজকে অকলশৰীয়া অনুভৱ কৰে। বেয়া খাদ্য আৰু স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চলিব লাগে । মাতৃ আৰু পিতৃ দুয়োজনেই যদি সহযোগ নিদিয়ে , নিজকে সাজু হ'বলৈ চেষ্টা কৰা , কাৰণ নিজৰ ইচ্ছা আৰু চিন্তা মাজেৰে সকলো সময়তে নিজৰ যত্ন লবলৈ শিকিব লাগে । নিজকে ভাল শিকা ।।

📌যেতিয়া সন্তান ষোল্ল,সোতৰ বছৰ বয়সত ভৰি দিয়ে আপোন মানুহক কাষত নেপায়, তেতিয়াই সপৰ্ক গঢ়ি তোলে বিপৰীত লিংগৰ লগত। তেতিয়া বেয়া কথা আৰু বেয়া দিশত গতি কৰে । বেয়া খাদ্য আৰু বেয়া সংগত জীৱন ধ্বংস হয় । ভাল এজন সংগী বা আপোন মানুহৰ লগত সদায় সাহসেৰে যুঁজ দিয়া মাথোঁ , কেৱলমাত্ৰ এজনেই প্ৰয়োজন আৰু অধিকাৰ দিব ।

📌এনে সম্পৰ্ক সমূহ পিছে বেছি দীঘলীয়া সময় লৈকে বৰ্তি নেথাকে,breakup হয়, আৰু লৰা, ছোৱালী বোৰ মানসিক ভাবে ভাঙি পৰে।

📌যৌনতাৰ বিষয়ে বন্ধু মহল আৰু ইণ্টাৰনেটৰ পৰা ভুলে,শুদ্ধই আধৰুৱা জ্ঞান প্ৰাপ্ত কৰে।

📌 আৰু নিজেও সম্পূৰ্ণ শাৰীৰিক ভাৱে পৰিপক্ক নোহোৱাকৈ যৌন সম্পৰ্ক গঢ়ি তুলি জীৱনটো শেষ কৰি লয়।

📌দ্বিতীয় তে
সন্তান এটাক সৰুৱে পৰা অধিক কঠোৰ মনৰ গঢ়ি তুলিলে সিহঁতে ডাঙৰ হৈ অনুভৱ কৰিব নোৱাৰে মাক দেউতাকৰ কষ্ট,ত্যাগ সমূহৰ বিষয়ে।

📌এদিন সেই সন্তানে মাক দেউতাকক বৃদ্ধাশ্ৰমত এৰি আহিব লৈও কুণ্ঠাবোধ নকৰে,কাৰণ মাক দেউতাকৰ প্ৰতি অলপো টান অনুভৱ নেথাকে।

📌 কাৰণ কোনোদিনে তেনে সন্তানৰ মাক দেউতাকৰ লগত আবেগিক সম্পৰ্ক গঢ়ি উঠা নাছিল।

📌সেয়ে ভাবো মাথোঁ strong নহয়,কিছু পৰিমাণে sensitive হোৱাৰো অতি প্ৰয়োজন, যাতে গান এটা শুনি চিনেমা এখন চাইও আবেগিক হৈ পৰিব পাৰে সন্তানে।

কৌতুক এটা পঢ়িছিলোঁ,পত্নীয়ে স্বামীক প্ৰশ্ন কৰে "তুমি মা আৰু মোৰ ভিতৰত কোনোবা এগৰাকীক ত্যাগ কৰিব লগীয়া হলে কাক ত্যাগ কৰিবা"

তেতিয়া স্বামী জনে কলে "মই পত্নীক ত্যাগ কৰিম আৰু মাক কাষত ৰাখিম,কাৰণ পিছত মোৰ সন্তানে যাতে তাৰ মাকক এৰি নেযায়।"

09/06/2024

deba_sattriya
সৌন্দৰ্য্য মনৰ এপাহি ফুল
বিশ্বাস এটি হৃদয়ৰ আদি মূল;
মন যদি মননশীল হ’লে
নিজৰ চিন্তাৰ ওপৰত ধ্যান কৰা
জটিলতাৰ পৰা মুক্তি পোৱা
আৰু নিজৰ লক্ষ্যত উপনীত হোৱা । ধন্যবাদ 🙏 দেই ✅

Kabya prokash
10/05/2023

Kabya prokash

Notice
07/05/2023

Notice

Bidya sanskriti
06/05/2023

Bidya sanskriti

Shu - provat
06/05/2023

Shu - provat

Zindagi Homsafor Guzor jati he!!!
05/05/2023

Zindagi Homsafor Guzor jati he!!!

Be Serious 🥇 Be Prozitive Thought 💭 be Alert ✅
05/05/2023

Be Serious 🥇 Be Prozitive Thought 💭 be Alert ✅

পঞ্চ তত্ব
03/05/2023

পঞ্চ তত্ব

Yes or No?
03/05/2023

Yes or No?

Address

North Lakhimpur

Telephone

+17099591012

Website

Alerts

Be the first to know and let us send you an email when Gyaan-Peeth :: জ্ঞান পীঠ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category