NACE Narayanpur

NACE Narayanpur NACE SKILL DEVELOPMENT

20/04/2026
"ব’হাগ মাথো এটি ঋতু নহয় নহয় ব’হাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস-ৰেখা গণ জীৱনৰ ই সাহ" ৷কুলিৰ মাতত ব’হাগ আহিল। সমূহ অসমবাসী ...
14/04/2026

"ব’হাগ মাথো এটি ঋতু নহয়
নহয় ব’হাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস-ৰেখা
গণ জীৱনৰ ই সাহ" ৷

কুলিৰ মাতত ব’হাগ আহিল। সমূহ অসমবাসী ৰাইজলৈ আমাৰ অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ...🙏♥️

পৰীক্ষাৰ ফলাফল তোমাৰ জীৱনৰ শেষ সিদ্ধান্ত নহয়, ই কেৱল নতুন আৰম্ভণি। 📚 সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলো ।
10/04/2026

পৰীক্ষাৰ ফলাফল তোমাৰ জীৱনৰ শেষ সিদ্ধান্ত নহয়, ই কেৱল নতুন আৰম্ভণি। 📚 সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলো ।

Project Submission Day - Group 1 আজি NACE-ত প্ৰথমটো গোটৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰথমটো প্ৰজেক্ট — "The Basic Functions...
07/04/2026

Project Submission Day - Group 1

আজি NACE-ত প্ৰথমটো গোটৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰথমটো প্ৰজেক্ট — "The Basic Functions of Computer Hardware" — সফলতাৰে জমা দিলে।

আমাৰ প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ শশাঙ্ক বৰা যোৱা কালি মগজুৰ জটিল ৰোগত আক্ৰান্ত হৈ  মৃত্যু হয় । অত্যন্ত ভদ্ৰ আৰু অমায়িক ...
07/04/2026

আমাৰ প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ শশাঙ্ক বৰা যোৱা কালি মগজুৰ জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । অত্যন্ত ভদ্ৰ আৰু অমায়িক স্বভাৱৰ ছাত্ৰ জনৰ আত্মাৰ সদগতি কামনা কৰিলোঁ। লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো ।
Palash Borah

25/03/2026

Thank you Narayanpur Today

🏏 NACE Cricket Match 2026 🏏We are not only educators…We build confidence, teamwork & real-life skills 💪🔥Get ready for th...
23/03/2026

🏏 NACE Cricket Match 2026 🏏

We are not only educators…
We build confidence, teamwork & real-life skills 💪🔥

Get ready for the ultimate clash!
Team NACE Strikers 🆚 Team NACE Thunderbolts

📍 Venue: Narayanpur
📅 Date: Announcing Soon

At NACE, we don’t just teach —
We help students grow, lead & succeed 🚀

Join us for a day of fun, passion & sportsmanship!

Address

College Road
North Lakhimpur
784164

Alerts

Be the first to know and let us send you an email when NACE Narayanpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to NACE Narayanpur:

Shortcuts

Share

Category