Sankardev Shishu Bidya Niketan ,Nowboicha

Sankardev Shishu Bidya Niketan ,Nowboicha Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sankardev Shishu Bidya Niketan ,Nowboicha, School, Nowboicha, North Lakhimpur.

30/11/2024
অসম আদিত্য ২৯ এপ্ৰিল
29/04/2024

অসম আদিত্য ২৯ এপ্ৰিল

25/04/2024
উচ্চতৰ মাধ্যমিকৰ কলা শাখাত নামভৰ্তি ২০২৪-২৫ শিক্ষা বৰ্ষ
24/04/2024

উচ্চতৰ মাধ্যমিকৰ কলা শাখাত নামভৰ্তি ২০২৪-২৫ শিক্ষা বৰ্ষ

Result 100%Dist  1 Tulika Konwar        2 Sanjoy Gogoi        3 Shubhrajyoti Boruah
20/04/2024

Result 100%
Dist 1 Tulika Konwar
2 Sanjoy Gogoi
3 Shubhrajyoti Boruah

বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত লক্ষীমপুৰ জিলাৰ শঙ্কৰদেৱৰ শিশু বিদ্যা ন...
26/01/2024

বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত লক্ষীমপুৰ জিলাৰ শঙ্কৰদেৱৰ শিশু বিদ্যা নিকেতন, নাওবৈচা ত
পতাকা উত্তোলন কৰে নিকেতন ৰ প্ৰধান আচাৰ্য ঘন কান্ত নাথে।

26/01/2024

বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত লক্ষীমপুৰ জিলাৰ শঙ্কৰদেৱৰ শিশু বিদ্যা নিকেতন, নাওবৈচা ত
পতাকা উত্তোলন কৰে নিকেতন ৰ প্ৰধান আচাৰ্য ঘন কান্ত নাথে।

20/11/2023

নতুন শিক্ষা নীতিৰ আধাৰত ২০২৪-২৫ শিক্ষা বৰ্ষব অংকুৰ শ্ৰেণীৰ পৰা (নৱম, দশমৰ বাহিৰে) একাদশ শ্রেণীলৈকে প্ৰ-পত্ৰ দি থকা হৈছে। ইচ্ছুক অভিভাৱক তথা ছাত্র ছাত্রী সকলে তলৰ ঠিকনাত যোগাযোগ কৰিব। ইয়াত শাৰীৰিক, যোগ, সংগীত, সংস্কৃত, নৈতিক আৰু আধ্যাত্মিক এই পঞ্চ আধাৰিত শিক্ষা আগবঢ়াই অহা হৈছে।

ভাৰতীয় সংস্কৃতিৰ আধাৰত আপোনাৰ শিশুটিক যদি আগবঢ়াই নিব বিচাৰিছে তেন্তে আজিয়েই যোগাযোগ কৰক। আগতিয়াকৈ যোগাযোগ কৰিলে নৱম, দশম ৰ বাহিৰে যিকোনো শ্রেণীতে নামভৰ্তি কৰাব পাৰিব।

Address

Nowboicha
North Lakhimpur

Telephone

+918751092348

Website

Alerts

Be the first to know and let us send you an email when Sankardev Shishu Bidya Niketan ,Nowboicha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Sankardev Shishu Bidya Niketan ,Nowboicha:

Shortcuts

Share

Category