গ্ল'বেল জাতীয় বিদ্যাল়য়

গ্ল'বেল জাতীয় বিদ্যাল়য় Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from গ্ল'বেল জাতীয় বিদ্যাল়য়, School, No. 1 Bongalmora Miri, North Lakhimpur.

Some glimpses of morning assembly..
25/11/2025

Some glimpses of morning assembly..

22/11/2025

***বিজ্ঞপ্তি ***
আমাৰ বিদ্যালয়ত তলত উল্লেখিত পদসমূহত যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে—

১. Political Science শিক্ষক – ১ জন ( ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ)
২. হিন্দী শিক্ষক – ১ জন। (স্নাতক/ প্ৰবীণ)
৩. ইংৰাজী শিক্ষক – ১ জন(স্নাতক/স্নাতকোত্তৰ)
৪. অসমীয়া ( স্নাতকোত্তৰ)

B.Ed অথবা D.el.ed ডিগ্ৰী থকা আৰু
অভিজ্ঞতা থকা প্ৰাৰ্থীক বিশেষ অগ্ৰাধিকাৰ দিয়া হ'ব।

দৰমহা: আলোচনাৰ ভিত্তিত।

আগ্ৰহী যোগ্য প্ৰাৰ্থীয়ে নিজৰ পূৰ্ণ Bio-data সহ ৩০/১১/২০২৫ তাৰিখৰ ভিতৰত আবেদন কৰিবলৈ জনোৱা হ'ল।

যোগাযোগ:
বিদ্যালয় কর্তৃপক্ষ/ প্ৰধান শিক্ষক

মোবাইল:9365068496/8638139860

বিদ্যালয়ত শিশু দিৱস উদযাপন।
14/11/2025

বিদ্যালয়ত শিশু দিৱস উদযাপন।

কিছুমান মানুহ বিদ্যালয়ৰ অংশ নহয়, বিদ্যালয় নিজেই হৈ পৰে। বাসুদেৱ শৰ্মা ছাৰ, আপোনাৰ বিদায়ে আমাৰ মাজত এটা শূন্যতা সৃষ্ট...
11/11/2025

কিছুমান মানুহ বিদ্যালয়ৰ অংশ নহয়, বিদ্যালয় নিজেই হৈ পৰে। বাসুদেৱ শৰ্মা ছাৰ, আপোনাৰ বিদায়ে আমাৰ মাজত এটা শূন্যতা সৃষ্টি কৰিছে। কিন্তু আপোনাৰ সোঁৱৰণি, আপোনাৰ হাঁহি আৰু আপোনাৰ শিক্ষাই এই বিদ্যালয়ত সদায় প্ৰতিধ্বনিত হৈ থাকিব।

নতুনকৈ অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত সহকাৰী শিক্ষক হিচাপে নিৰ্বাচিত হোৱাৰ বাবে আপোনাক নতুন যাত্ৰাৰ শুভকামনা জনাইছোঁ।🌼

28/10/2025

💚🍃

27/10/2025
27/10/2025

মায়াবিনী গীতৰ সুৰেৰে বিদ্যালয়ৰ পৰিৱেশক মাধুৰ্যময় কৰি তুলিলে আমাৰ একাদশ শ্ৰেণীৰ ছাত্ৰীসকলে।🌸

22/09/2025

🎶 শ্রদ্ধাঞ্জলি জুবিন দা 🎶

অসমবাসীৰ হৃদয়ৰ তেজ, স্বপ্ন, সুৰ আৰু অনুভৱৰ নাম আছিল জুবিন গাৰ্গ।
তেওঁৰ গীতত আমি জীৱনৰ আনন্দ, বেদনা, আশা আৰু প্ৰেমক পাইছিলোঁ। আজি তেওঁ নাথাকিলেও তেওঁৰ সুৰে আমাক যুগ যুগান্তলৈ অনুপ্ৰাণিত কৰি থাকিব।

আমাৰ প্ৰিয় শিল্পীজনে দিয়া সোনালী ধ্বনি আৰু সুৰৰ দান আমাৰ স্মৃতিৰ পাতত সদায় অমৰ হৈ থাকিব।
তেওঁৰ বিদায় অসমৰ সংস্কৃতিৰ আকাশত এক অপূৰণীয় শূন্যতা।

শান্তিৰ নিদ্ৰাত বিশ্ৰাম লওক, জুবিন দা।
আপুনি নাথাকিলেও আপোনাৰ সুৰেই আমাৰ জীৱনৰ সঙ্গী হৈ থাকিব।

শ্ৰদ্ধাৰ অতিথি সকলৰ আগমন 🌼
07/09/2025

শ্ৰদ্ধাৰ অতিথি সকলৰ আগমন 🌼

শিক্ষক দিৱসত বিদ্যালয়ৰ সভাপতি মহোদয়ে শিক্ষক-শিক্ষয়িত্ৰী সকলক শিক্ষক দিৱস উপলক্ষে সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে। এই সন্মান ...
07/09/2025

শিক্ষক দিৱসত বিদ্যালয়ৰ সভাপতি মহোদয়ে শিক্ষক-শিক্ষয়িত্ৰী সকলক শিক্ষক দিৱস উপলক্ষে সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে। এই সন্মান তেওঁলোকৰ ত্যাগ আৰু দায়িত্বশীলতাৰ এক সৰু কৃতজ্ঞতা।

বিদ্যালয়ত শিক্ষক দিৱস উদযাপন।
06/09/2025

বিদ্যালয়ত শিক্ষক দিৱস উদযাপন।

Address

No. 1 Bongalmora Miri
North Lakhimpur
787054

Website

Alerts

Be the first to know and let us send you an email when গ্ল'বেল জাতীয় বিদ্যাল়য় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category