Padmapur LP School, Narayanpur, Lakhimpur Assam

Padmapur LP School, Narayanpur, Lakhimpur Assam Primary Educational Institution under NARAYANPUR Education Block, Lakhimpur, Assam.

ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰূপে কৰ্মৰত দুলাল ভূঞা ছাৰে আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ নৱ নিযুক্ত কাবুল দত্ত ছাৰৰ হাতত অৰ্পণ...
25/11/2025

ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰূপে কৰ্মৰত দুলাল ভূঞা ছাৰে আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ নৱ নিযুক্ত কাবুল দত্ত ছাৰৰ হাতত অৰ্পণ কৰাৰ মুহূৰ্তত।

বন্ধু বিদ্যালয় ২০২৫ ৰ দ্বিতীয় পৰ্যায়ৰ কিছু মুহূৰ্ত।
25/11/2025

বন্ধু বিদ্যালয় ২০২৫ ৰ দ্বিতীয় পৰ্যায়ৰ কিছু মুহূৰ্ত।

যোৱা ১৯ ছেপ্টেম্বৰত বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী শ্ৰী ছায়াস্নিগ্ধা বৰাৰ জন্মদিন উপলক্ষ্যে অভিভাৱকদ্বয়ে বিদ্যালয়ত সম...
08/10/2025

যোৱা ১৯ ছেপ্টেম্বৰত বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী শ্ৰী ছায়াস্নিগ্ধা বৰাৰ জন্মদিন উপলক্ষ্যে অভিভাৱকদ্বয়ে বিদ্যালয়ত সম্প্ৰীতি ভোজন প্ৰদান কৰে।

অসমী আইৰ বুকুত জন্ম গ্ৰহণ কৰি অসমীয়া জাতীয় জীৱনক বিশ্ব দৰবাৰত জিলিকাই ধৰি ৰখা এক অনুপম অদ্বিতীয় সত্তা হাৰ্ট থ্ৰ'ব জুব...
20/09/2025

অসমী আইৰ বুকুত জন্ম গ্ৰহণ কৰি অসমীয়া জাতীয় জীৱনক বিশ্ব দৰবাৰত জিলিকাই ধৰি ৰখা এক অনুপম অদ্বিতীয় সত্তা হাৰ্ট থ্ৰ'ব জুবিন গাৰ্গৰ মহাপ্ৰয়াণ উপলক্ষ্যে বিদ্যালয় পৰিয়াল লগ হৈ তেওঁৰ বিশাল গুণৰাজি চৰ্চা কৰাৰ লগতে এগছি বন্তি, ধূপ নৈবেদ্যৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। শিল্পী গৰাকী অমৰ সৃষ্টিৰাজি সদায় নতুন আৰু প্ৰাসংগিক হৈ থাকক। পুনৰবাৰ ইয়াতেই জন্ম লাভ কৰে যেন ।

আজি বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ ছাত্ৰ শ্ৰী ৰিয়ান শইকীয়াৰ জন্মদিন উপলক্ষ্যে বিদ্যালয়ত সম্প্ৰীতি ভোজন প্ৰদান কৰে।
16/09/2025

আজি বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ ছাত্ৰ শ্ৰী ৰিয়ান শইকীয়াৰ জন্মদিন উপলক্ষ্যে বিদ্যালয়ত সম্প্ৰীতি ভোজন প্ৰদান কৰে।

বিদ্যালয়ত ৬৪ তম শিক্ষক দিৱস পালনৰ কিছুমান ভাল লগা ছবি।
05/09/2025

বিদ্যালয়ত ৬৪ তম শিক্ষক দিৱস পালনৰ কিছুমান ভাল লগা ছবি।

আজি প্ৰথম শ্ৰেণীৰ ছাত্ৰ শ্ৰী ক্ষীপ্ৰজ্যোতি শইকীয়াৰ জন্মদিন উপলক্ষ্যে বিদ্যালয়ত সম্প্ৰীতি ভোজন প্ৰদান কৰে।
01/09/2025

আজি প্ৰথম শ্ৰেণীৰ ছাত্ৰ শ্ৰী ক্ষীপ্ৰজ্যোতি শইকীয়াৰ জন্মদিন উপলক্ষ্যে বিদ্যালয়ত সম্প্ৰীতি ভোজন প্ৰদান কৰে।

গত ১৮ আগষ্টত RBSK ৰ অধীনত বিদ্যালয়ত অনুস্থিত হোৱা স্বাস্থ্য পৰীক্ষা শিবিৰৰ কিছু দৃশ্য।
25/08/2025

গত ১৮ আগষ্টত RBSK ৰ অধীনত বিদ্যালয়ত অনুস্থিত হোৱা স্বাস্থ্য পৰীক্ষা শিবিৰৰ কিছু দৃশ্য।

গত ১৮ আগষ্ট তাৰিখে RBSK ৰ অধীনত বিদ্যালয়ত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়।
25/08/2025

গত ১৮ আগষ্ট তাৰিখে RBSK ৰ অধীনত বিদ্যালয়ত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়।

২২ আগষ্ট তাৰিখে বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ শ্ৰী নিবিৰণ ভৰালীৰ শুভ জন্মদিন উপলক্ষ্যে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ লগত স...
25/08/2025

২২ আগষ্ট তাৰিখে বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ শ্ৰী নিবিৰণ ভৰালীৰ শুভ জন্মদিন উপলক্ষ্যে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ লগত সংগতি ৰাখি সম্প্ৰীতি ভোজন প্ৰদান কৰে।

বিদ্যালয়ত দেশৰ ৭৯ ত্বম স্বাধীনতা দিৱস পালনৰ মূহুৰ্তত।
25/08/2025

বিদ্যালয়ত দেশৰ ৭৯ ত্বম স্বাধীনতা দিৱস পালনৰ মূহুৰ্তত।

আজি বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ শ্ৰী জ্যোতিষ্ময় শইকীয়া আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ শ্ৰী জ্ঞানদ্বীপ বৰাৰ হৈ অভিভাৱকদ্...
30/06/2025

আজি বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ শ্ৰী জ্যোতিষ্ময় শইকীয়া আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ শ্ৰী জ্ঞানদ্বীপ বৰাৰ হৈ অভিভাৱকদ্বয়ে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ অংশ হিচাপে সম্প্ৰীতি ভোজন প্ৰদান কৰে ।

Address

North Lakhimpur
784164

Opening Hours

Monday 8:45am - 2pm
Tuesday 8:45am - 2pm
Wednesday 8:45am - 2pm
Thursday 8:45am - 2pm
Friday 8:45am - 2pm
Saturday 8:45am - 12:15pm

Telephone

+919101044672

Website

Alerts

Be the first to know and let us send you an email when Padmapur LP School, Narayanpur, Lakhimpur Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category