Harmoti Pichala High School

Harmoti Pichala High School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Harmoti Pichala High School, School, North Lakhimpur.

আজি বিদ্যালয়ৰ প্ৰাক্তন  শ্ৰদ্ধাৰ প্ৰধান শিক্ষক সকলৰ   নিজা ঘৰলৈ গৈ বিদ্যালয়ৰ পৰিয়ালে  স্মাৰক বস্ত্ৰৰে সম্বৰ্ধনা জনোৱা হয়...
17/12/2025

আজি বিদ্যালয়ৰ প্ৰাক্তন শ্ৰদ্ধাৰ প্ৰধান শিক্ষক সকলৰ নিজা ঘৰলৈ গৈ বিদ্যালয়ৰ পৰিয়ালে স্মাৰক বস্ত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷

14/12/2025
বিদ্যালয়ৰ ৪২ সংখ্যক বিশেষ বাৰ্ষিক অধিৱেশনত অংশ গ্ৰহণ কৰা প্ৰাক্তন ছাত্ৰছাত্ৰীৰ একাংশ
13/12/2025

বিদ্যালয়ৰ ৪২ সংখ্যক বিশেষ বাৰ্ষিক অধিৱেশনত অংশ গ্ৰহণ কৰা প্ৰাক্তন ছাত্ৰছাত্ৰীৰ একাংশ

18/11/2025

যোৱা ২৭/০৬/২৫ তাৰিখে জনোৱা আহ্বানৰ আঁত ধৰি অহা ১৩/১২/২০২৫ তাৰিখে বিদ্যালয়ৰ ৪৩ ত্বম বাৰ্ষিক অধিবেশন খনি অনুষ্ঠিত কৰিবলৈ অয়োজন কৰা হৈছে ৷এই অধিবেশণ খনি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় সহযোগিতাৰে অনুষ্ঠিত হোৱাটো আমি কামনা কৰিছিলো ৷সেইবাবেই ৪৩ ত্বম অধিবেশনৰ তাৰিখ আগতীয়াকৈ জনোৱাৰ মানসেৰে আজি অনুষ্ঠিত হোৱা শিক্ষক কৰ্মচাৰীৰ গোট সভাত সিদ্ধান্ত গ্ৰহণ কৰি জনোৱাৰ ব্যৱস্থা কৰা হ’ল ৷

18/11/2025

বিদ্যালয়ৰ ৪৩ত্বম বাৰ্ষিক অধিবেশনৰ অধিবেশন ভাগীত বিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অংশ গ্ৰহণ আমি আন্তৰিকতাৰে কামনা কৰিছো ৷সেয়ে নিমন্ত্ৰনী পত্ৰ ছপা আৰু বিতৰণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে এই গোটত নিজৰ নাম আৰু ফোন নং সমূহ উল্লেখ কৰিলে অধিবেশন খনি আয়োজনত সুবিধা হ’ব বুলি ভাবিছো ৷ বিদ্যালয়ৰ তৰফৰ পৰা এখন google form দিয়া হ’ব ৷এই form খন অহা ০৭/১২/২০২৫ তাৰিখৰ ভিতৰত প্ৰেৰণ কৰিবলৈ সকলোকে জনোৱা হ’ল ৷ যিহেতু এই অধিবেশনৰ বৃক্ষৰোপনৰ পৰা আৰম্ভ কৰি অধিবেশনৰ সমূহ কাৰ্য-ক্ৰমনিকাত মাঠোন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহনেৰে সাফল্যমণ্ডিত হোৱাৰ আশা কৰা হৈছে ৷

দ্বিতীয় ৰবিবৰীয়া পৰীক্ষা , বিষয় - ইংৰাজী, তাৰিখ -০৭-০৯- ২০২৫
07/09/2025

দ্বিতীয় ৰবিবৰীয়া পৰীক্ষা , বিষয় - ইংৰাজী, তাৰিখ -০৭-০৯- ২০২৫

দশম শ্ৰেণীৰ মাতৃগোটৰ পৰ্যবেক্ষণত নতুনকৈ সংযোজন কৰা কাৰ্যসূচীৰ অন্তৰ্গত ৰবিবৰীয়া সাপ্তাহিক পৰীক্ষাৰ সময়ত মাতৃসকলৰ লগত পৰী...
31/08/2025

দশম শ্ৰেণীৰ মাতৃগোটৰ পৰ্যবেক্ষণত নতুনকৈ সংযোজন কৰা কাৰ্যসূচীৰ অন্তৰ্গত ৰবিবৰীয়া সাপ্তাহিক পৰীক্ষাৰ সময়ত মাতৃসকলৰ লগত পৰীক্ষাৰ্থী সকল ৷

বিদ্যালয়ত আজি ২৬-০৮-২০২৫ তাৰিখে অনুষ্ঠিত হোৱা প্ৰায়োগিক বিপনন (Mock marketing) কাৰ্যসূচীৰ কিছু অংশ
26/08/2025

বিদ্যালয়ত আজি ২৬-০৮-২০২৫ তাৰিখে অনুষ্ঠিত হোৱা প্ৰায়োগিক বিপনন (Mock marketing) কাৰ্যসূচীৰ কিছু অংশ

Address

North Lakhimpur
784164

Opening Hours

Monday 8:45am - 3:30pm
Tuesday 8:45am - 3:30pm
Wednesday 8:45am - 3:30pm
Thursday 8:45am - 3:30pm
Friday 8:45am - 3:30pm
Saturday 8:45am - 3:30pm

Website

Alerts

Be the first to know and let us send you an email when Harmoti Pichala High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Harmoti Pichala High School:

Shortcuts

Share

Category