11/04/2026
বিগত বছৰবোৰৰ দৰে এইবাৰো ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা,২০২৬ ত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আমি বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাইছো আৰু তেওঁলোকৰ উজ্জল ভৱিষ্যৎ কামনা কৰিছো।